![]()
নগাঁও আৰক্ষীৰ জালত নকল সোণৰ ব্যৱসায়ী আব্দুল জব্বৰ। যোৱা নিশা অভিযান চলাই নগাঁও চহৰৰ সমীপৰ চলচলিৰ পৰা জব্বৰৰ লগতে নকল সোণৰ ৯ খন নাওঁ, ৩খন বিস্কুট, ১ টা যীশুৰ মূৰ্তি জব্দ কৰে।
ইয়াৰ পূৰ্বে, নগাঁও আৰক্ষীয়ে চলচলিৰ পৰাই ৰহিমা খাতুন নামে এক ড্ৰাগছ ব্যৱসায়ী সহ ২৯ টা হিৰইন ভৰ্তি কণ্টেনাৰ জব্দ কৰিছি আৰু ৰহিমাৰ তথ্যৰ ভিত্তিতেই আব্দুল জব্বৰৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাই। সম্প্ৰতি দুয়োকে জেৰা কৰিছে আৰক্ষীয়ে।













