ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

গুৱাহাটীবাসী টকা লেন-দেনত সাৱধান, নকল টকা নিবলৈ আহি আটক বিজেপি সাংসদৰ ভাতৃ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 30, 2022
Reading Time: 1 min read
A A
0
গুৱাহাটীবাসী টকা লেন-দেনত সাৱধান, নকল টকা নিবলৈ আহি আটক বিজেপি সাংসদৰ ভাতৃ

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

গুৱাহাটী মহানগৰীত টকা লেন-দেন কৰোঁতে সাৱধান।নকল টকাৰে ভৰিছে এতিয়া মহানগৰী।এইবাৰ নকল টকা নিব আহি দিছপুৰ আৰক্ষী হাতত আটক বিজেপি সাংসদৰ ভাতৃ।৫ লাখ আচল টকাৰ বিনিময়ত ১০লাখ নকল টকা নিবলৈ আহিছিল সাংসদৰ ভাতৃ গৰাকীয়ে।

নকল টকা লোভত গুৱাহাটী মহানগৰীত আটক হোৱা ধৃত পূৱ অৰুণাচল লোকসভা সমষ্টিৰ বিজেপি সাংসদ তাপো গাওৰ ভাতৃ তাহোং গাও।নকল টকা ব্যৱসায়ীৰ চক্ৰৰ জালত পৰা ধৃত তাহোং শুকুৰবাৰ পৰা সন্ধান হীন হৈ আছিল।৫ লাখ আচল টকা লৈ গুৱাহাটীলৈ অহা সাংসদ ভাতৃজনে জালনোট ব্যৱসায়ী চক্ৰ পৰা সংগ্ৰহ কৰিছিল নকল টকা।

ইফালে আৰক্ষীয়ে প্ৰকাশ কৰা মতে নকল টকা সমগ্ৰ কৰাৰ পিছতে ফোন অফ কৰি ৰাখিছিল ধৃত তাহোংয়ে। ব্যৱসায়ী চক্ৰৰ সৈতে গণেশগুৰিৰ পৰা পল্টনবজাৰ লৈ এখন কেৱত গৈছিল।

দিছপুৰ আৰক্ষীয়ে আটক কৰিছে কেবখবৰ চালক আৰু এগৰাকী সহযোগি উপৰিও AS-25CC-1092 নম্বৰ বাহনখন জব্দ কৰিছে।বিশেষ কেবখনতে নকল টকা বাবে লৈ গৈছিল অজ্ঞাত স্থানলৈ । দিছপুৰ আৰক্ষীয়ে পুৱাই পানবজাৰ মিনাভা হোটেলৰ পৰা আটক কৰিছে সাংসদৰ ভাতৃজনক।তেওঁ স্বীকাৰ ভিত্তিত জালনোট চক্ৰত জড়িত দুজনকৈ অভিযুক্তক আটক কৰিছে।

আটকাধীন দুই অভিযুক্ত হৈছে দিলীপ দাস আৰু মইনুল হ’ক।জালনোট লোভত পৰা বিজেপি সাংসদ ভাতৃ গৰাকীৰ বিৰুদ্ধেও আইনী ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰিছে শীৰ্ষ আৰক্ষী বিষয়াই।লগতে এই চক্ৰত জড়িত থকা অন্যসকলক শীঘ্ৰে কৰায়ত্ত কৰিব বুলিও কয়।

Tags: নকল টকা
Share4Tweet3Send

Related Posts

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা
Guwahati

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

by News Desk
May 13, 2026
50
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ
Guwahati

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

by News Desk
May 8, 2026
50
Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Guwahati

Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

by News Desk
May 6, 2026
50
ADVERTISEMENT
Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে
Sports News

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
50
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা
National-International

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

June 1, 2026
50
Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি
National-International

Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি

June 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

June 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx