![]()
ৰে’ল আৰক্ষীৰ সক্ৰিয় অভিযানত গুৱাহাটীৰ ৰেল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ আফিং আৰু আটক বিহাৰৰ দুই যুৱক।
প্লেটফৰ্ম যুৱকদ্বয় ক্ৰমে অভ্যাস কুমাৰ আৰু ছুমাল কুমাৰে ঘূৰি থকাত জি.আৰ.পি সন্দেহত আৰক্ষীয়ে চলোৱা তালাচী অভিযানত পেণ্টৰ ভিতৰৰ বিশেষ পকেটত আফিং ভৰাই অনা বুলি ধৰা পৰে।
জব্দকৃত আফিং খিনিৰ বজাৰ মূল্য ১ কোটি ৪ লাখ টকা বুলি GRPৰ সূত্ৰে জানিব পৰ যায়। আনহাতে, আফিং খিনি ডিমাপুৰৰ পৰা বিহাৰলৈ নিয়াৰ পৰিকল্পনা কৰিছিল ধৃত দুই যুৱকে।













