![]()
ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ উটি গ’ল ৩ কিশোৰ। গুৱাহাটীৰ উজানবজাৰৰ ৰাজভৱনৰ সমীপত এই ঘটনা সংঘটিত হয়।
ঘটনাস্থলীত এছ ডি আৰ এফ বাহিনী উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে যদিও কোনো শুং সূত্ৰ পোৱা হোৱা নাই।

© 2020 Assam Times Post. | Powered By Webx