![]()
জনপ্রিয় কন্ঠশিল্পী গীতালি দেৱী কোভিডত আক্ৰান্ত। কোভিডত আক্ৰান্ত কণ্ঠশিল্পী গৰাকী বৰ্তমান হোম আইচলেচনত আছে।হেলথ চিটি চিকিৎসালয়ৰ নিৰীক্ষণত হোম আইছলেচন হৈ আছে শিল্পী গৰাকী।গুৱাহাটীৰ খানাপাৰাস্থিত হেলথ চিটি চিকিৎসালয় কৰ্তৃপক্ষই এই কথা জনাইছে।
উল্লেখ্য শেহতীয়া ভাৱে ৰাজ্যত পুনৰ ধৰা পৰিছে কোভিডত আক্ৰান্ত ঘটনা।দৈনিক আক্রান্ত সংখ্যা বৃদ্ধি পাইছে ৰাজ্যত।













