ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

মৰিগাঁও আহি পালে মণিপুৰৰ ভূমিস্খলনত নিহত আন এজন লোকৰ মৃতদেহ, অন্য ৯জনৰ মৃত্যুৰ আশংকা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 4, 2022
Reading Time: 1 min read
A A
0
মৰিগাঁও আহি পালে মণিপুৰৰ ভূমিস্খলনত নিহত আন এজন লোকৰ মৃতদেহ, অন্য ৯জনৰ মৃত্যুৰ আশংকা

RELATED POSTS

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

মণিপুৰৰ টুপুল ভূমিস্খলনত মৃত্যু হোৱা মৰিগাঁও জিলাৰ লাহৰিঘাট ব্লকৰ কুশতলী অঞ্চলৰ ৬টা মৃতদেহ এতিয়ালৈকে দাহ কৰা হৈছে। আনহাতে, যোৱানিশা ধ্বংসাৱশেষৰ মাজৰ পৰা আন এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে।

মৰিগাঁৱৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই আজি সংবাদ মাধ্যমক কয় যে টুপুল ভূমিস্খলনৰ মৰ্মান্তিক ঘটনাত অসমৰ মৰিগাঁও জিলাৰ ২১ জন লোকৰ ভিতৰত ৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ৫ জন জীৱিত লোক নিজৰ জন্ম গাঁৱলৈ আহি আছে ৷

কিন্তু আৰু ৯ জন লোকৰ মৃতদেহ এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই বুলিও উপায়ুক্তগৰাকীয়ে লগতে কয়। উল্লেখ্য, মৰিগাঁও জিলাৰ উক্ত ৯ জন ব্যক্তিৰ জীয়াই থকাৰ সম্ভাৱনা একেবাৰে ক্ষীণ যদিও টুপুলৰ ভূমিস্খলনৰ ধ্বংসাৱশেষত উদ্ধাৰ অভিযান চলি থকা হৈছে।

মৰিগাঁৱৰ উপায়ুক্তগৰাকীয়ে জনোৱা মতে, প্ৰাথমিক তথ্য মতে অসমৰ মুঠ ২৩ জন লোক ভূমিস্খলনৰ কবলত পৰিছে।ঘগ্ৰাপাৰ, নলবাৰীৰ ৰাজু আলী আৰু বৰপেটাৰ পৰা আন এজন টেৰিটৰিয়েল আৰ্মী জোৱান ভূমিস্খলনত নিহত হৈছে বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ভূমিস্খলন
Share5Tweet3Send

Related Posts

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men
NORTHEAST

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

by News Desk
September 18, 2026
56
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও
NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

by News Desk
September 14, 2026
52
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

by News Desk
September 12, 2026
56
Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
NORTHEAST

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

by News Desk
September 11, 2026
52
Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য
NORTHEAST

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

by News Desk
September 4, 2026
52
Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike
NORTHEAST

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

by News Desk
August 31, 2026
60
ADVERTISEMENT
Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

September 25, 2026
50
Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক
Assam

Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

September 25, 2026
50
GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়
Guwahati

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
52
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

September 25, 2026
Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

September 25, 2026
GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d