ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ক্ৰ’পী ন্যাস বঁটা ডিফুৰ দুই কৃতী ছাত্ৰী আশিকা দাস আৰু মেলিম ছিংনাৰপীলৈ

ASSAM TIMES POST by ASSAM TIMES POST
July 14, 2019
Reading Time: 1 min read
A A
0
ক্ৰ’পী ন্যাস বঁটা ডিফুৰ দুই কৃতী ছাত্ৰী আশিকা দাস আৰু মেলিম ছিংনাৰপীলৈ

ASSAM TIMES POST, ডিফুঃ ২০১৮ বৰ্ষৰ বাবে ডিফু লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আজি ৰশ্মি ক্ৰ’পী সোঁৱৰণি ন্যাস বঁটা ডিফুৰ দুই কৃতী ছাত্ৰী আশিকা দাস আৰু মেলিম ছিংনাৰপীক প্ৰদান কৰা হয়৷ আজি বিয়লি ডিফু লেখিকা সমাৰোহ সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ছাত্ৰী দুগৰাকীলৈ এই বঁটা প্ৰদান কৰা হয়৷ ২০০১ চনত ডিফুৰ এক সম্ভ্ৰান্ত পৰিয়ালৰ কন্যা ৰশ্মি ক্ৰ’পী নামৰ মেধাবী ছাত্ৰীগৰাকী নিয়তিৰ লগত হাৰ মানি দুৰাৰোগ্য কৰ্কট ৰোগত অকালত কৰুণ মৃত্যুক সাৱটি লবলগীয়া হৈছিল৷ তেতিয়াৰ পৰাই সেই সময়ৰ স্বাস্থ্য বিভাগৰ সঞ্চালক বিভাগত অধিষ্ঠিত পিতৃ ডাঃ বদন চন্দ্ৰ ক্ৰ’ আৰু শিক্ষয়িত্ৰী মাতৃ গীতাঞ্জলী দাস ক্ৰ’ই ৰশ্মি ক্ৰ’পী সোঁৱৰণি ন্যাসৰ জৰিয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিফুৰ কেন্দ্ৰ সমূহৰ ভিতৰত প্ৰথম স্থানপ্ৰাপ্ত অজনজাতীয় ছাত্ৰ-ছাত্ৰী আৰু আৰু এগৰাকী জনজাতি ছাত্ৰ-ছাত্ৰীক এক বঁটা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে৷ উক্ত বঁটা প্ৰতি বছৰে প্ৰদান কৰিবলৈ ডিফু লেখিকা সমাৰোহক দায়িত্ব অৰ্পণ কৰে৷ ডিফু লেখিকা সমাৰোহ সমিতিয়েও ২০০১ চনৰ পৰা এই দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে৷ এইবাৰ উক্ত বঁটাৰ বাবে ২০১৮ বৰ্ষত ডিফু ডনবস্ক’ হাইস্কুলৰ পৰা কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱা আশিকা দাস (৯৫ শতাংশ) আৰু মেলিম ছিংনাৰপী ,(৮৯ শতাংশ)ক বাচনি কৰা হৈছে ৷ আশিকা দাস ডিফুৰ জঘ্নেশ্বৰ দাস আৰু গঙ্গা দাসৰ কন্যা আৰু মেলিম ছিংনাৰপী সাংবাদিক কাংবুৰা ছিংনাৰ আৰু পাটৰপী টেৰণপীৰ কন্যা ৷ আশিকা দাসৰ পিতৃ বিয়োগৰ বাবে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাত তেওঁৰ হৈ পৰিয়ালৰ সদস্য আৰু মেলিম ছিংনাৰপী নিজে এই বঁটা গ্ৰহণ কৰে৷ বঁটাটোত আছিল নগদ ৫০০১ টকা, এখন ফুলাম গামোছা, কিতাপৰ টোপোলা, কলম আৰু এখনকৈ মানপত্ৰ৷ ডিফু লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ৰীণা দেৱীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে, অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ বাণিজ্য বিভাগৰ প্ৰৱক্তা ড° ৰতন বৰ্মণ বিশিষ্ট লেখিকা গীতা বৰা, কাৰবি অাংলং জিলা লেখিকা সমীৰোহ সমিতিৰ সভানেত্ৰী সাবিত্ৰী গগৈ দাতা গীতাঞ্জলী দাস ক্ৰ’ আৰু গণ্য মাণ্য ব্যক্তিসকল৷ অনুষ্ঠানৰ পূৰ্বেই ডিফু লেখিকা সমাৰোহ সমিতিৰ সদস্যা সকলৰ সুললিত কণ্ঠত পৰিবেশন কৰা এটি সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠান প্ৰয়াত ৰশ্মি ক্ৰ’পীৰ প্ৰাতিকৃতিত পুষ্পাঞ্জলী আৰু শ্ৰদ্ধাৰ্ঘ নিবেদন কৰা হয়৷ ইয়াৰ পিছত বিশিষ্ট বক্তা সকলে বৰ্তমান যুগৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষা আহৰণৰ বিভিন্ন দিশ সমূহৰ ওপৰত চমু আলোকপাত কৰে৷

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

Share4Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
ADVERTISEMENT
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx