ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Air India : মাজ আকাশত অপহৰণৰ ভাবুকি, জাৰ্মানীৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ

নিউজ ডেস্কঃ

News Desk by News Desk
October 14, 2026
Reading Time: 1 min read
A A
0
Air India : মাজ আকাশত অপহৰণৰ ভাবুকি, জাৰ্মানীৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ

RELATED POSTS

Delhi protest : দিল্লীৰ প্ৰতিবাদক লৈ দ্বিধাভক্ত হাৰ্ভাৰ্ডৰ প্ৰাক্তন ছাত্ৰ, এটা দলৰ আৰক্ষীক গৰিহণা আনটো দল নৰেন্দ্ৰ মোদীৰ পক্ষত

Jantar Mantar : কিয় ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ পৰিল যন্তৰ-মন্তৰ ?

CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ

New Logo Smal | ASSAM TIMES POST

জাৰ্মানীৰ পৰা দিল্লী (From Germany to Delhi) অভিমুখী এখন বিমানে মাজ আকাশত (middle of the sky on plane) লাভ কৰা অপহণৰ ভাবুকিৰ (Kidnapping threat) আতংকৰ ফলত ৰাজস্থানৰ জয়পুৰত জৰুৰীকালীন অৱতৰণ (Emergency landing) কৰিবলৈ বাধ্য হয়। বুধবাৰে পুৱা সংঘটিত হয় এই ঘটনা।

সূত্ৰৰ পৰা জানিব পৰা মতে, বিমানখনত বোমা থকা বুলি আৰু ইয়াক হাইজেক কৰা হ’ব পাৰে বুলি খবৰ বিয়পি পৰাৰ পিছতে নিৰাপত্তাজনিত কাৰণত বিমানখনলৈ জৰুৰীকালীন বাৰ্তা প্ৰেৰণ কৰা হয়। ইয়াৰ পিছত জয়পুৰত জৰুৰীকালীন অৱতৰণ কৰিবলৈ বাধ্য হয়। জাৰ্মানীৰ ফ্ৰেংকফ’ৰ্টৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমান এআই ২০৩০ উৰা মাৰিছিল। গন্তব্যস্থান আছিল দিল্লী। কিন্তু মাজ আকাশত হাইজেকিঙৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰে। জয়পুৰ বিমানবন্দৰৰ এগৰাকী বিষয়াই নাম প্ৰকাশ নকৰাকৈয়ে হিন্দুস্তান টাইমছক জনাইছে যে হাইজেকিঙৰ উৰাবাতৰি ওলাইছে। বোমাৰ ভয় নাছিল।

Air | ASSAM TIMES POST
মাজ আকাশত অপহৰণৰ ভাবুকি, জাৰ্মানীৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ

অৱশ্যে এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰা উচিত নহয় বুলিও তেওঁ কয়। তদন্তৰ পিছত সঠিকভাৱে কি হৈছিল সেয়া স্পষ্ট হ’ব। কিন্তু সূত্ৰ অনুসৰি, বিমানখন ভাৰতীয় আকাশমাৰ্গত প্ৰৱেশ কৰাৰ সময়ত বিমান পৰিবহণ নিয়ন্ত্ৰণ আৰু নিৰাপত্তা সংস্থাক এটা বাৰ্তা দিয়া হৈছিল। ইয়াৰ পিছতে জৰুৰীকালীন ভিত্তিত বিমানখন জয়পুৰত অৱতৰণ কৰা হয়। ‌বিমানখন নিৰাপদে অৱতৰণ কৰা হয়। বিমানখনৰ পৰা যাত্ৰীসকলক নমাই তালাচী চলায়। বিমানখন বিচ্ছিন্ন কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে এই সন্দৰ্ভত বিমানবন্দৰ কৰ্তৃপক্ষ বা এয়াৰ ইণ্ডিয়াই কোনো বক্তব্য দিয়া নাই।

Flightradar24 ৰ মতে, ১৩ অক্টোবৰৰ স্থানীয় সময় অনুসৰি নিশা ৯.৪৫ বজাত বিমানখন ফ্ৰেংকফৰ্টৰ পৰা উৰা মাৰিছিল। ১৪ অক্টোবৰৰ পুৱা ১০.৪০ বজাত দিল্লীত অৱতৰণ কৰাৰ কথা আছিল। সূত্ৰ অনুসৰি, আহমেদাবাদ ট্ৰেফিক কণ্ট্ৰ’লে পুৱা প্ৰায় ৯ বজাত বিমানখনৰ পৰা জৰুৰী সংকেত লাভ কৰে। ইয়াৰ পিছত পুৱা ৯.১০ বজাত বিমানখন জয়পুৰলৈ স্থানান্তৰিত কৰা হয় আৰু পুৱা ৯.৪৫ বজাত অৱতৰণ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AirIndia
Share4Tweet3Send

Related Posts

Delhi protest : দিল্লীৰ প্ৰতিবাদক লৈ দ্বিধাভক্ত হাৰ্ভাৰ্ডৰ প্ৰাক্তন ছাত্ৰ, এটা দলৰ আৰক্ষীক গৰিহণা আনটো দল নৰেন্দ্ৰ মোদীৰ পক্ষত
National-International

by News Desk
October 14, 2026
50
Jantar Mantar : কিয় ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ পৰিল যন্তৰ-মন্তৰ ?
National-International

Jantar Mantar : কিয় ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ পৰিল যন্তৰ-মন্তৰ ?

by News Desk
October 14, 2026
50
CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ
National-International

CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ

by News Desk
October 14, 2026
50
Bihar boat accident : বিহাৰৰ গংগাত নৌকা ডুবি কমেও ১৩ জনৰ মৃত্যু, অধিকাংশই শিশু আৰু নাবালক

CJP leaders arrested : আটক নহয়, দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাংকা, সৌৰভ, শিণ্ডেক; দাবী চিজেপিৰ

Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 

October 13, 2026
51
ADVERTISEMENT
Delhi protest : দিল্লীৰ প্ৰতিবাদক লৈ দ্বিধাভক্ত হাৰ্ভাৰ্ডৰ প্ৰাক্তন ছাত্ৰ, এটা দলৰ আৰক্ষীক গৰিহণা আনটো দল নৰেন্দ্ৰ মোদীৰ পক্ষত
National-International

Delhi protest : দিল্লীৰ প্ৰতিবাদক লৈ দ্বিধাভক্ত হাৰ্ভাৰ্ডৰ প্ৰাক্তন ছাত্ৰ, এটা দলৰ আৰক্ষীক গৰিহণা আনটো দল নৰেন্দ্ৰ মোদীৰ পক্ষত

October 14, 2026
50
Air India : মাজ আকাশত অপহৰণৰ ভাবুকি, জাৰ্মানীৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ
National-International

Air India : মাজ আকাশত অপহৰণৰ ভাবুকি, জাৰ্মানীৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ

October 14, 2026
50
Jantar Mantar : কিয় ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ পৰিল যন্তৰ-মন্তৰ ?
National-International

Jantar Mantar : কিয় ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ পৰিল যন্তৰ-মন্তৰ ?

October 14, 2026
50
CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ
National-International

CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ

October 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi protest : দিল্লীৰ প্ৰতিবাদক লৈ দ্বিধাভক্ত হাৰ্ভাৰ্ডৰ প্ৰাক্তন ছাত্ৰ, এটা দলৰ আৰক্ষীক গৰিহণা আনটো দল নৰেন্দ্ৰ মোদীৰ পক্ষত

Delhi protest : দিল্লীৰ প্ৰতিবাদক লৈ দ্বিধাভক্ত হাৰ্ভাৰ্ডৰ প্ৰাক্তন ছাত্ৰ, এটা দলৰ আৰক্ষীক গৰিহণা আনটো দল নৰেন্দ্ৰ মোদীৰ পক্ষত

October 14, 2026
Air India : মাজ আকাশত অপহৰণৰ ভাবুকি, জাৰ্মানীৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ

Air India : মাজ আকাশত অপহৰণৰ ভাবুকি, জাৰ্মানীৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ

October 14, 2026
Jantar Mantar : কিয় ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ পৰিল যন্তৰ-মন্তৰ ?

Jantar Mantar : কিয় ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ পৰিল যন্তৰ-মন্তৰ ?

October 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d