ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ

নিউজ ডেস্কঃ

News Desk by News Desk
October 14, 2026
Reading Time: 1 min read
A A
0
CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ

RELATED POSTS

Air India : মাজ আকাশত অপহৰণৰ ভাবুকি, জাৰ্মানীৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ

Jantar Mantar : কিয় ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ পৰিল যন্তৰ-মন্তৰ ?

Bihar boat accident : বিহাৰৰ গংগাত নৌকা ডুবি কমেও ১৩ জনৰ মৃত্যু, অধিকাংশই শিশু আৰু নাবালক

New Logo Smal | ASSAM TIMES POST

ককৰোচ জনতা পাৰ্টীৰ দুই নেতা (CJP leaders) আশুতোষ ৰাংকা (Ashutosh Ranka) আৰু সৌৰভ দাসক (Sourav Das) ন্যায়িক জিম্মালৈ প্ৰেৰণ (Send to the Judicial coustody) কৰে দণ্ডাধীশে। বুধবাৰে পুৱা ৮ বজাত মাৰ্গ মন্দিৰ থানাত দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হয় দুয়োকে। অধিবক্তাসকলৰ যুক্তিৰ পিছত আশুতোষ আৰু সৌৰভক পাঁচ দিনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়া হয়। আনহাতে, ধৃত আজিংক্য শিণ্ডেক মুকলি কৰি দিয়া হৈছে। সূত্ৰৰ পৰা জানিব পৰা মতে, শান্তি বিঘ্নিত নকৰাৰ চৰ্তত বণ্ড স্বাক্ষৰ কৰি আজিংক্যক মুকলি কৰি দিয়া হয়।

চিজেপিৰ অধিবক্তা অভিষ্ট হেলাই কয় যে দিল্লী আৰক্ষীয়ে দণ্ডাধীশৰ আগত যুক্তি দিছিল যে আশুতোষ আৰু সৌৰভে ফোন কৰি যন্তৰ-মন্তৰত মানুহ গোটাইছিল। ইয়াৰ পিছত সকলোৱে অবৈধভাৱে যন্তৰ-মন্তৰত প্ৰৱেশ কৰে। দিল্লী আৰক্ষীয়েও দণ্ডাধীশৰ সন্মুখত যুক্তি আগবঢ়ায় যে যদি তেওঁলোকক মুকলি কৰি দিয়া হয় তেন্তে তেওঁলোকে পুনৰ অপৰাধমূলক কাৰ্য সংঘটিত কৰিব পাৰে। আশুতোষ আৰু সৌৰভক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশক লৈ প্ৰশ্ন উত্থাপন কৰে চিজেপিৰ মুৰব্বী অভিজিত দীপকেয়ে। তেওঁৰ প্ৰশ্ন, “তেওঁলোকৰ অপৰাধ কি? যন্তৰ-মন্তৰত ত্ৰিৰংগ উত্তোলন কৰিলে ?”

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান জনাই দীপকেয়ে কয়, “কিছু সাহস দেখুৱাওক। যদি আপুনি এইদৰে মত দমন কৰিবলৈ বদ্ধপৰিকৰ, তেন্তে কাপুৰুষৰ কৌশলৰ আঁৰত লুকাই নাথাকি জৰুৰীকালীন অৱস্থা ঘোষণা কৰক।” লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও চৰকাৰৰ বিৰুদ্ধে “কাপুৰুষালি আচৰণ”ৰ অভিযোগ উত্থাপন কৰিছে। নাম নোলোৱাকৈয়ে তেওঁ চিজেপিৰ কাষত থিয় দি দাবী কৰে, “বেনাৰবোৰ বেলেগ হ’ব পাৰে, কিন্তু লক্ষ্য একে। সকলো প্ৰতিবাদ আচলতে এটা দাবীৰ বাবে- নাগৰিকৰ সাংবিধানিক অধিকাৰ পুনৰ ঘূৰাই অনা।”

cjp1 2 | ASSAM TIMES POST
চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ

উল্লেখ্য যে মঙলবাৰে নিশা এই ঘটনাত সৌৰভ, আশুতোষ, আজিংক্যসহ ১৪ জন লোকক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে বুধবাৰে পুৱা চিজেপিৰ আইনী পৰিক্ৰমা মুৰব্বী ৰত্না সিঙে সৌৰভ, আশুতোষ আৰু আজিংক্যক গ্ৰেপ্তাৰ কৰি পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট থানালৈ লৈ যোৱা বুলি জানিবলৈ দিয়ে। অৱশ্যে পিছত দিল্লী আৰক্ষীয়ে এই গ্ৰেপ্তাৰ প্ৰতিৰোধমূলক ব্যৱস্থা বুলি কয়।

চৰকাৰী কৰ্মচাৰীৰ কাম-কাজত বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে চিজেপিৰ তিনিগৰাকী শীৰ্ষ নেতাৰ বিৰুদ্ধে। তদুপৰি আৰক্ষীয়ে সৌৰভ আৰু আশুতোষক বণ্ডৰ চৰ্ত উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে। বুধবাৰে মাৰ্গ মন্দিৰ থানাত দণ্ডাধীশৰ সন্মুখত হাজিৰ হোৱাৰ সময়ত তেওঁলোকক পাঁচ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়া হয়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে শনিবাৰে (১০ অক্টোবৰ) দিল্লী আৰক্ষীয়ে দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত দীপকে-ৰাংকা-সৌৰভক ‘প্ৰতিৰোধমূলক গ্ৰেপ্তাৰ’ কৰিছিল। এবছৰৰ বাবে ‘শান্তি বজাই ৰখা’ৰ চৰ্তত আদালতৰ পৰা জামিন লাভ কৰিছিল তেওঁলোকে। দুদিন পিছত পুনৰ ‘নিষিদ্ধ’ যন্তৰ-মন্তৰত প্ৰৱেশ কৰে। সেইবাৰ সৌৰভ আৰু আশুতোষে জামিন পাইছিল যদিও এইবাৰ জে’ললৈ যাবলগা হ’ল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CJPLeadersArrested
Share4Tweet3Send

Related Posts

Air India : মাজ আকাশত অপহৰণৰ ভাবুকি, জাৰ্মানীৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ
National-International

Air India : মাজ আকাশত অপহৰণৰ ভাবুকি, জাৰ্মানীৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ

by News Desk
October 14, 2026
50
Jantar Mantar : কিয় ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ পৰিল যন্তৰ-মন্তৰ ?
National-International

Jantar Mantar : কিয় ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ পৰিল যন্তৰ-মন্তৰ ?

by News Desk
October 14, 2026
50
Bihar boat accident : বিহাৰৰ গংগাত নৌকা ডুবি কমেও ১৩ জনৰ মৃত্যু, অধিকাংশই শিশু আৰু নাবালক
National-International

Bihar boat accident : বিহাৰৰ গংগাত নৌকা ডুবি কমেও ১৩ জনৰ মৃত্যু, অধিকাংশই শিশু আৰু নাবালক

by News Desk
October 14, 2026
50
CJP leaders arrested : আটক নহয়, দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাংকা, সৌৰভ, শিণ্ডেক; দাবী চিজেপিৰ
National-International

CJP leaders arrested : আটক নহয়, দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাংকা, সৌৰভ, শিণ্ডেক; দাবী চিজেপিৰ

by News Desk
October 14, 2026
50
Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 
National-International

Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 

by News Desk
October 13, 2026
51
Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ
National-International

Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ

by News Desk
October 13, 2026
51
ADVERTISEMENT
Air India : মাজ আকাশত অপহৰণৰ ভাবুকি, জাৰ্মানীৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ
National-International

Air India : মাজ আকাশত অপহৰণৰ ভাবুকি, জাৰ্মানীৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ

October 14, 2026
50
Jantar Mantar : কিয় ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ পৰিল যন্তৰ-মন্তৰ ?
National-International

Jantar Mantar : কিয় ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ পৰিল যন্তৰ-মন্তৰ ?

October 14, 2026
50
CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ
National-International

CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ

October 14, 2026
50
Bihar boat accident : বিহাৰৰ গংগাত নৌকা ডুবি কমেও ১৩ জনৰ মৃত্যু, অধিকাংশই শিশু আৰু নাবালক
National-International

Bihar boat accident : বিহাৰৰ গংগাত নৌকা ডুবি কমেও ১৩ জনৰ মৃত্যু, অধিকাংশই শিশু আৰু নাবালক

October 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Air India : মাজ আকাশত অপহৰণৰ ভাবুকি, জাৰ্মানীৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ

Air India : মাজ আকাশত অপহৰণৰ ভাবুকি, জাৰ্মানীৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ

October 14, 2026
Jantar Mantar : কিয় ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ পৰিল যন্তৰ-মন্তৰ ?

Jantar Mantar : কিয় ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ পৰিল যন্তৰ-মন্তৰ ?

October 14, 2026
CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ

CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ

October 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d