ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

সপ্তাহটোত দ্বিতীয় দিনাৰ বাবে শিলচৰৰ বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰঃ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 26, 2022
Reading Time: 1 min read
A A
0
সপ্তাহটোত দ্বিতীয় দিনাৰ বাবে শিলচৰৰ বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰঃ

RELATED POSTS

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

সপ্তাহটোত দ্বিতীয় দিনাৰ বাবে শিলচৰৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি শিলচৰ বাসী সুখী বুলি মন্তব্য কৰাৰ লগতে কাছাৰ জিলাৰ জনসাধাৰণক ভয়াৱহ বানৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ ক্ষেত্ৰত সকলো প্ৰচেষ্টা অব্যাহত ৰখা বুলি কয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৪ খন নাঁৱৰ কনভয়ৰে ৰাঙিৰখাৰী ৰাষ্ট্ৰীয় ঘাইপথ হৈ তাৰাপুৰ, মালিনী বিল আৰু চান্দমাৰী ভ্ৰমণ কৰে।

IMG 20220626 WA0040 | ASSAM TIMES POST

শিলচৰৰ উপায়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ মুখামুখি হৈ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কয় যে, চহৰখনৰ বেছিভাগ অঞ্চল বানত ডুব গৈছে আৰু জনসাধাৰণ বহু কষ্টৰ মাজত থকাৰ কথা অনুভৱ কৰিছোঁ। চৰকাৰ জনতাৰ কাষত সদায়েই আছে আৰু বানৰ ফলত দেখা দিয়া জনতাৰ দুখ-কষ্ট লাঘৱ কৰাৰ বাবে অহৰহ প্ৰশাসনে প্ৰচেষ্টা চলাই আছে।”

IMG 20220626 WA0042 | ASSAM TIMES POST

তেওঁ আগলৈ কয় যে, “অতীতত ৰাজ্যৰ বহুকেইখন জিলা বানপানীৰ সন্মুখীন হৈছে। কিন্তু শিলচৰৰ দৰে সাহায্যকাৰী নিয়োগ কৰা নাই। ৰাইজক উদ্ধাৰৰ বাবে ৬৮ খন নাওঁ আছে। এনডিআৰএফ ,এছ ডি আৰ এফ, ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ুসেনাই নিৰন্তৰভাৱে কৰ্মসম্পাদন কৰি আছে।” একাংশ লোকে সাহায্য সামগ্ৰীসমূহ নোপোৱা অভিযোগক সঁচা বুলি কয় হিমন্তই কয় যে, “সকলো গলী পথ সমূহত এনডিআৰএফে প্ৰৱেশ কৰিব নোৱাৰে। নাওঁ সমূহও লেনবোৰত প্ৰৱেশ কৰিব পৰা নাই। এইক্ষেত্ৰত স্থানীয় লোকে বাহিনীটোক সহায় কৰিবলৈ আগুৱাই অহা উচিত।”

IMG 20220626 WA0043 | ASSAM TIMES POST

শিলচৰৰ বান পৰিস্থিতিৰ সামান্য উন্নতি হৈছে যদিও পৰিস্থিতি এতিয়াও জটিল হৈ আছে। বেটুকান্দিৰ মথাউৰি কটাত যি সকল জড়িত আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা লোৱা হ’ব বুলি প্ৰকাশ কৰে হিমন্তই লগতে বিভাগীয় কোনো বিষয়াৰ গাফিলতি ধৰা পৰিলে ৰেহাই দিয়া নহ’ব বুলি কয়।

তেওঁ কয় যে, “”গুৱাহাটীৰ পৰা শাক পাচলি পঠোৱাৰ ব্যবস্থা কৰা হ’ব ।অহাকালি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাও শিলচৰত আহিব।” পৰিস্থিতি উন্নতি নোহোৱালৈ তেওঁ শিলচৰত থাকিব । এই দিনা মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ ডাঃ ৰাজদীপ ৰায়, বিধায়কদ্বয় দ্বীপায়ন চক্ৰৱৰ্তী আৰু কৌশিক ৰায় উপায়ুক্ত কীৰ্তি জল্লীয়ে সংগ প্ৰদান কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: হিমন্ত বিশ্ব শৰ্মা
Share5Tweet3Send

Related Posts

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

by News Desk
September 23, 2026
50
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

by News Desk
September 22, 2026
51
Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী
Assam

Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী

by News Desk
September 22, 2026
61
Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
September 21, 2026
54
Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 21, 2026
56
Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি
Assam

Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

by News Desk
September 21, 2026
52
ADVERTISEMENT
Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ
Guwahati

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026
50
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

September 23, 2026
50
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
51
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

September 23, 2026
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d