ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

মৰিগাঁৱৰ বানাক্ৰান্ত অঞ্চলত দেখা গ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ব্যতিক্ৰমী ছবি

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 22, 2022
Reading Time: 1 min read
A A
0
মৰিগাঁৱৰ বানাক্ৰান্ত অঞ্চলত দেখা গ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ব্যতিক্ৰমী ছবি

RELATED POSTS

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

ৰাজ্যত বানৰ প্ৰকোপ এতিয়াও কমা নাই। বহু অঞ্চল আজিও পানীৰ তলত। ঘৰ-বাৰী এৰি হাজাৰ হাজাৰ বানাক্ৰান্তই আশ্ৰয় লৈ আছে সাহায্য শিবিৰত। তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিভ্ৰমণ কৰি আছে ইখনৰ পিছত সিখন বানাক্ৰান্ত জিলা। খবৰ লৈছে বিভিন্ন স্থানৰ বানাক্ৰান্তৰ।

বানাক্ৰান্ত অঞ্চলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাআজি মুখ্যমন্ত্ৰীয়ে মৰিগাঁও জিলাৰ বিভিন্ন আশ্ৰয় শিবিৰলৈ গৈ বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্গতিৰ বুজ লয়। বানাক্ৰান্তসকলৰ দুখৰ সমভাগী হৈ মুখ্যমন্ত্ৰীয়ে কয়, “বন্যার্তসকলৰ কষ্ট সম্পূর্ণৰূপে হ্ৰাস কৰিবলৈ যদিও একোৱেই পৰ্যাপ্ত নহয়, তথাপি আমি তেওঁলোকৰ কাষলৈ গৈ অৱস্থাৰ বুজ লোৱাৰ লগতে কৰিব পৰা ধৰণে সকলোখিনি কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ।”

বানাক্ৰান্ত অঞ্চলত দেখা গ'ল মুখ্যমন্ত্ৰীআজি মৰিগাঁও জিলা পৰিদর্শনৰ অংশ হিচাপে বানৰ ফলত অস্থায়ীভাৱে স্থানচ্যুত হোৱা নেলীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অস্থায়ী সাহায্য শিবিৰত আশ্ৰয় লৈ থকা বানপীড়িতসকলৰ কাষত উপস্থিত হৈ তেওঁলোকৰ সৈতে কথা পাতে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালগতে মৰিগাঁও জিলা প্ৰশাসনক পৰ্যাপ্ত আৰু সময়মতে সাহায্য প্ৰদান কৰি তেওঁলোকৰ সম্পূৰ্ণ যত্ন ল’বলৈ তেওঁ নির্দেশ দিয়ে। লগতে বান আক্রান্তসকলক বান পৰিস্থিতি উন্নত হোৱাৰ লগে লগেই তেওঁলোকৰ ঘৰলৈ ঘূৰাই পঠোৱা হ’ব বুলি আশ্বাস প্রদান কৰে। তাৰ বাবে চৰকাৰে যথোচিত ব্যৱস্থা গ্রহণ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জনায়।

আনহাতে, আশ্ৰয় শিবিৰৰ এগৰাকী ব্যক্তিয়ে মুখ্যমন্ত্ৰীক আঁকোৱালি ধৰি তেওঁৰ দুখৰ কথা ব্যক্ত কৰে। মুখ্যমন্ত্ৰীয়েও তেওঁক সকলো ধৰণৰ সহায়ৰ আশ্বাস দি আশ্বস্ত কৰা বুলি জানিব পৰা গৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CM Himanta bishwa sarmaহিমন্ত বিশ্ব শৰ্মা
Share5Tweet3Send

Related Posts

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

by News Desk
September 23, 2026
50
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

by News Desk
September 22, 2026
51
Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী
Assam

Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী

by News Desk
September 22, 2026
61
Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
September 21, 2026
54
Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 21, 2026
56
Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি
Assam

Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

by News Desk
September 21, 2026
52
ADVERTISEMENT
Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ
Guwahati

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026
50
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

September 23, 2026
50
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
51
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

September 23, 2026
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d