ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

পশ্চিম কাৰ্বিআংলঙত পুনৰ ভোট গ্ৰহণ : ভোটদানৰ হাৰ ৮০%

বিশেষ প্ৰতিনিধিঃ

News Desk by News Desk
June 10, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal 2 | ASSAM TIMES POST

RELATED POSTS

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

যোৱা ৮ জুনত অনুস্থিত হৈ যায় কাৰ্বি পৰিষদৰ ত্ৰয়োদশ সাধাৰণ নিৰ্বাচনৰ ভোট গ্ৰহন। কিন্তু আজি পুনৰ দুটাকৈ ভোট কেন্দ্ৰত অনুষ্ঠিত কৰিব লগা হৈছে ভোটগ্ৰহণ। ভোট কেন্দ্ৰ দুটা হৈছে ১নং দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ ১৬নং পুঞ্জা বৰপথাৰ ME স্কুল আৰু ১৭নং পুঞ্জা বৰপথাৰ LP স্কুল ভোট কেন্দ্ৰ।

পশ্চিম কাৰ্বিআংলঙত পুনৰ ভোট গ্ৰহণ৮ জুনৰ দিনা ভোটকেন্দ্ৰ দুটাত সংঘটিত হৈছিল এক হিংসাত্মক ঘটানা।এটা ষ্টাম্প হেৰুৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। উত্তেজিত ভোটাৰে জ্বলাই দিছিল দুটাকৈ বেলট বাকচ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলী পৰ্যন্ত চলাব লগা হৈছিল।

এই ভোট কেন্দ্ৰ দুটাত আজি পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈছে। আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত পুৱা ৭-৩০ বজাৰ পৰা বিয়লি ৫-১০ বজালৈ অনুষ্ঠিত হয় ভোট গ্ৰহণ ।

প্ৰবল বৃষ্টিপাতৰ মাজতো ছাটি লৈ ভোটাৰসকলে শৃংখলাবদ্ধভাৱে দীঘলীয়া শাৰী পাতি থিয় হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷ বিয়লি ৫-১০ বজাত শান্তিপুৰ্নভাৱে অন্ত পৰে ভোটদান প্ৰক্ৰিয়া। কেন্দ্ৰ দুটাত আজি ভোটদানৰ হাৰ আছিল ৮০%।

Tags: WEST KARBI ALONGপশ্চিম কাৰ্বিআংলঙ
Share4Tweet3Send

Related Posts

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক
KARBI ANGLONG

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

by News Desk
May 2, 2026
50
Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক
KARBI ANGLONG

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

by Staff Reporter
April 18, 2026
50
Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক
KARBI ANGLONG

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

by News Desk
April 11, 2026
50
Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন
KARBI ANGLONG

Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

by News Desk
April 3, 2026
50
Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ
KARBI ANGLONG

Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

by News Desk
April 2, 2026
50
ADVERTISEMENT
Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা
Assam

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

May 5, 2026
50
Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?
National-International

Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?

May 5, 2026
50
WB Assembly election : নতুন মুখ্যমন্ত্ৰী চূড়ান্ত কৰাৰ পূৰ্বে পশ্চিমবংগৰ বিজেপি বিধায়কক সাক্ষাৎ কৰিব অমিত শ্বাহে
National-International

WB Assembly election : নতুন মুখ্যমন্ত্ৰী চূড়ান্ত কৰাৰ পূৰ্বে পশ্চিমবংগৰ বিজেপি বিধায়কক সাক্ষাৎ কৰিব অমিত শ্বাহে

May 5, 2026
50
West Bengal violence : ফলাফল ঘোষণাৰ পিছতে উত্তপ্ত পশ্চিমবংগ, আক্ৰান্ত তৃণমূল কৰ্মী-কাৰ্যালয়
National-International

West Bengal violence : ফলাফল ঘোষণাৰ পিছতে উত্তপ্ত পশ্চিমবংগ, আক্ৰান্ত তৃণমূল কৰ্মী-কাৰ্যালয়

May 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

May 5, 2026
Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?

Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?

May 5, 2026
WB Assembly election : নতুন মুখ্যমন্ত্ৰী চূড়ান্ত কৰাৰ পূৰ্বে পশ্চিমবংগৰ বিজেপি বিধায়কক সাক্ষাৎ কৰিব অমিত শ্বাহে

WB Assembly election : নতুন মুখ্যমন্ত্ৰী চূড়ান্ত কৰাৰ পূৰ্বে পশ্চিমবংগৰ বিজেপি বিধায়কক সাক্ষাৎ কৰিব অমিত শ্বাহে

May 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx