ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অনিল ৰাজাৰ বিৰুদ্ধে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ গোচৰঃ আজিও নগাঁও আদালতত হাজিৰ নহ’ল অনিল ৰাজা

ASSAM TIMES POST by ASSAM TIMES POST
October 22, 2019
Reading Time: 1 min read
A A
0
অনিল ৰাজাৰ বিৰুদ্ধে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ গোচৰঃ আজিও নগাঁও আদালতত হাজিৰ নহ’ল অনিল ৰাজা

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

নগাঁওঃ প্ৰদেশ কংগ্ৰেছৰ পৰা নিলম্বিত নেতা অনিল ৰাজাই প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ তুলি প্ৰাক্তন মন্ত্ৰী গৰাকীৰ বিভিন্ন স্থানত নামে বেনামে অগাধ সম্পত্তিৰ থকাৰ লগতে শিক্ষাৰ্গত প্ৰমাণ পত্ৰক লৈও গুৰুতৰ অভিযোগ তুলিছিল।

পৰৱৰ্তী সময়ত দুয়োগৰাকী ৰাজনৈতিক নেতাৰ বাকযুদ্ধ এনে পৰ্যায় পাইছিল গৈ যে এই অভিযোগৰ সত্যতাক ৰকিবুল হুছেইনে প্ৰমাণ কৰিব নোৱাৰিলে অনিল ৰাজাই ৰাজনৈতিক জীৱনৰ পৰা সন্ন্যাস লোৱাৰ কথাও সদম্ভে ঘোষণা কৰিছিল। ইয়াৰ পাছতে প্ৰাক্তন মন্ত্ৰী হুছেইনে অনিল ৰাজাৰ বিৰুদ্ধে নগাঁও আদালতত এক গোচৰ ৰজু কৰিছিল। কিন্তু অনিল ৰাজাই বাৰম্বাৰ আদালতত বিভিন্ন অজুহাত দেখুৱাই হাজিৰ হোৱাৰ পৰা বিৰত আছে।

এসময়ত সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰা অনিল ৰাজাই বিগত সময়ত নগাঁও আদালতৰ কেবাটাও তাৰিখত হাজিৰ নোহোৱাৰ বাবে এতিয়া উভতি ধৰিলে প্ৰাক্তন মন্ত্ৰী হুছেইনে। আজি গোচৰটো সন্দৰ্ভত নগাঁও আদালতত উপস্থিতত হৈ সংবাদ মাধ্যমৰ আগত ৰকিবুল হুছেইনে কয় যে অনিল ৰাজাই সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ লগতে ৰাজনৈতিক উদ্দেশ্য সিদ্ধি আৰু ব্যক্তিগত লাভালাভৰ বাবেহে মোৰ বিৰুদ্ধে ভিত্তিহীন ভাবে অভিযোগ তুলিছিল ।

ইপিনে, অনিল ৰাজাৰ অধিবক্তা গৰাকীয়ে অনিল ৰাজাই নিৰাপত্তাৰ অভাৱত ভূগিছে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে।

Tags: Featured
Share4Tweet3Send

Related Posts

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
ADVERTISEMENT
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী
DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
50
Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য
National-International

Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

June 4, 2026
50
Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু
National-International

Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু

June 4, 2026
50
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ভাৰতীয় ৰে’লত ৬ হাজাৰোধিক পদত নিযুক্তি, কেনেদৰে আবেদন কৰিব

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

June 4, 2026
Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু

Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx