![]()
নগাঁৱৰ নতুন বজাৰে এটা উন্মুক্ত অট্টালিকাৰ পৰা জঁপিয়াই আত্মহত্যা কৰিলে এগৰাকী যুৱতীয়ে। উক্ত ঘটনাটোৱে ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অট্টালিকাৰ ওপৰত বালিৰে “আই লভ ইউ” লিখি আত্মহত্যা কৰা ফৌজদাৰপট্টিৰ যুৱতীগৰাকীৰ নাম হৈছে দুলাগুৰি আইচ। প্ৰেমজনিত কাৰণত এনেদৰে আত্মহত্যা কৰাৰ বাবে হতাশগ্ৰস্ত হৈছে স্থানীয় ৰাইজ।













