ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

ধোনিৰ বিৰুদ্ধে ৩০ লাখৰ প্রতাৰণাৰ অভিযোগত এফআইআৰ দাখিল

নিউজ ডেস্কঃ

News Desk by News Desk
June 1, 2022
Reading Time: 1 min read
A A
0
ধোনিৰ বিৰুদ্ধে ৩০ লাখৰ প্রতাৰণাৰ অভিযোগত এফআইআৰ দাখিল

New Logo Very Smal 2 | ASSAM TIMES POST

RELATED POSTS

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

৮১৯ কোটি টকাৰ সম্পত্তি মালিক হৈও মাত্র ৩০ কোটিৰ চেক বাউন্সৰ ঘটনাত জড়িত হ’ল ধোনি। ইয়াৰ বাবে বিহাৰৰ বেগুচৰাইত মহেন্দ্ৰ সিং ধোনিসহ আঠজনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰি হৈছে৷ এফআইআৰ দাখিল কৰিছে এছকে এণ্টাৰপ্রাইজ নামৰ এটি কোম্পানীয়ে।

ধোনিৰ বিৰুদ্ধে ৩০ লাখৰ প্রতাৰণাৰ অভিযোগ

উল্লেখ্য, বিশ্বৰ দ্বিতীয় ধনী ক্রিকেটাৰ ধোনিৰ মুঠ সম্পত্তিৰ পৰিমাণ ৮১৯ কোটিৰো অধিক। তেওঁৰ বিৰুদ্ধেই অনা হৈছে ৩০ লাখ টকাৰ প্রতাৰণাৰ অভিযোগ।

ধোনিকৃষিকাৰ্যত ব্যৱহৃত এবিধ সাৰৰ বিজ্ঞাপনত কাম কৰি এই সমস্যাত পৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্রাক্তন অধিনায়কজন। ঘটনাৰ সৈতে তেওঁৰ প্ৰত্যক্ষ যোগাযোগ নাথাকিলেও দুই কোম্পানীৰ ব্যৱসায়িক সংঘাতৰ বাবে তেওঁকো জড়িত কৰোৱা হৈছে গোচৰটোত।

অভিযোগ অনুসৰি, নিউ গ্লোবেল প্রডিউচ ইণ্ডিয়া লিমিটেড নামৰ এটি কোম্পানীয়ে ৩০ লাখ টকাৰ এখন চেক দিছিল এছকে এণ্টাৰপ্রাইজক। উক্ত চেকখন বাউন্স কৰিছে। তাৰ পিছতেই কোম্পানীটোৱে বেগুচৰাই থানাত এফআইআৰ দাখিল কৰে মুঠ ৮ জনৰ বিৰুদ্ধে। তাৰ মাজত আছে ধোনিৰ নামো।

Tags: cheatingপ্রতাৰণা
Share4Tweet3Send

Related Posts

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

by News Desk
June 11, 2026
50
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

by News Desk
June 9, 2026
50
Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ
Sports News

Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

by News Desk
June 3, 2026
50
Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে
Sports News

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

by News Desk
June 1, 2026
50
ADVERTISEMENT
বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

June 17, 2026
50
বিশ্বকাপত লিঅ’নেল মেছিৰ প্ৰথম হেটট্ৰিক
National-International

বিশ্বকাপত লিঅ’নেল মেছিৰ প্ৰথম হেটট্ৰিক

June 17, 2026
50
Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
National-International

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026
50
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ
National-International

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

June 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

June 17, 2026
বিশ্বকাপত লিঅ’নেল মেছিৰ প্ৰথম হেটট্ৰিক

বিশ্বকাপত লিঅ’নেল মেছিৰ প্ৰথম হেটট্ৰিক

June 17, 2026
Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx