অসম আৰক্ষীৰ কনিষ্ঠবলকে ধৰি অন্যান্য বিভিন্ন শাখা প্ৰায় ৯ হাজাৰো অধিক পদত নিযুক্তি বাবে অনুষ্ঠিত হৈ যোৱা লিখিত পৰীক্ষা আকৌ হৈছে নেকি কেলেংকাৰী!
লিখিত পৰীক্ষা ফলাফল বিচাৰি প্রতিবাদ সাব্যস্ত কৰা প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰা ঘটনাই বিষয়টোক ৰহস্যঘন কৰি তুলিছে।নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী সংঘটিত কৰাৰ বা দুৰ্নীতি আশ্ৰয় লৈছে নেকি!
পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছতে ফলাফল বিচাৰি কিয় কি পৰিস্থিতিত প্ৰাৰ্থীয়ে প্ৰতিবাদ কৰিব লগা হৈছে তাৰ তদন্তৰ বাবে প্ৰতিবাদী ৩৬জনকৈ প্ৰাৰ্থীক গ্ৰেপ্তাৰ আৰক্ষীৰ।
সোমবাৰে সমগ্ৰ লিখিত পৰীক্ষাৰ ফলাফল বিচাৰি অসম আৰক্ষী মুখ্য কাৰ্যালয়ত প্ৰতিবাদ কৰিবলৈ অহা ৩৬জনকৈ প্ৰাৰ্থীক অৱশেষত গ্ৰেপ্তাৰ মহানগৰ আৰক্ষী।আটক কৰি ৰখা ১১৫ গৰাকী প্ৰতিবাদকাৰী প্ৰাৰ্থী মাজৰ পৰা ৩৬ জন প্ৰতিবাদকাৰী প্ৰাৰ…