ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

অসম আৰক্ষী ৯০১৭টা পদৰ লিখিত পৰীক্ষা ঘোষণা দাবীত গুৱাহাটীত প্ৰাৰ্থীৰ প্ৰতিবাদ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 18, 2022
Reading Time: 1 min read
A A
0
অসম আৰক্ষী ৯০১৭টা পদৰ লিখিত পৰীক্ষা ঘোষণা দাবীত গুৱাহাটীত প্ৰাৰ্থীৰ প্ৰতিবাদ

logo new 2 1 1 4 1 3 4 2 | ASSAM TIMES POST

RELATED POSTS

Assam Announces Supplementary Exams for Higher Secondary Students

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

অসম আৰক্ষীৰ এবি. ইউবি কনিষ্টবলৰ লিখিত পৰীক্ষা ফলাফল  ঘোষণাৰ দাবীৰে গুৱাহাটীত প্ৰতিবাদ।লিখিত পৰীক্ষাত অৱৰ্তীন প্ৰাৰ্থীয়ে গউলুবাৰী অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় সমীপত সাব্যস্ত কৰে প্ৰতিবাদ।

উল্লেখ্য য়ে কনিষ্ঠবলকে ধৰি অসম আৰক্ষী বহুকেইটা শাখাত মুঠ ৯০১৭টা পদৰ বাবে শাৰীৰিক পৰীক্ষাত উৰ্ত্তীণ প্ৰাৰ্থীয়ে যোৱা ২০ফেব্ৰুৱাৰীত লিখিত পৰীক্ষাত অৱৰ্তীন হৈছিল ।লিখিত পৰীক্ষাৰ ফলাফল প্ৰায় দুমাহে ঘোষণা নকৰা বাবে সাব্যস্ত কৰে প্ৰতিবাদ।

অসম আৰক্ষী
গুৱাহাটীত প্ৰাৰ্থীৰ প্ৰতিবাদ

তাপৰ্যপূৰ্ণ কথা যে লিখিত পৰীক্ষা অনুষ্ঠিত হোৱা পদসমূহ ২০১৭-১৮বৰ্ষত মুকলি কৰা হৈছিল।আনহাতে উক্ত লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা নকৰাকৈ পুনৰ একাংশ কনিষ্ঠবল পদৰ বাবে লিখিত পৰীক্ষাৰ অনুষ্ঠিত কৰিবলৈ সাজু হৈছে অসম চৰকাৰৰ গৃহ বিভাগ।

পৰীক্ষাৰ ফলাফল নিদিয়াকৈ আকৌ পৰীক্ষা পতাৰ যোজা-যা গৃহ বিভাগৰ।তাতে খৰ্গহস্ত হৈ ৰাজপথলৈ ওলাই আহিছে প্ৰাৰ্থীসকল।তেওঁলোকৰ অভিযোগ ফলাফল ঘোষণা যিমানে পলম হব সিমানে দুৰ্নীতি সংঘটিত হোৱা সম্ভাৱনা থাকে গতিকে ফলাফল শীঘ্ৰে ঘোষণা কৰিব লাগে।

প্ৰাৰ্থীসকলে তেওঁলোকৰ বিভিন্ন দাবী সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰে।অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত তেঁওলোকে প্ৰতিবাদ কৰা বাবে আহিছিল যদিও আগ বাটতে বাধা প্ৰদান কৰে আৰক্ষীয়ে।প্ৰতিবাদী সকলক আৰক্ষীয়ে আটক কৰি পানবজাৰ আৰক্ষীৰ থানালৈ নিয়ে।তাতো তেওঁলোকৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ।

তাপৰ্যপূৰ্ণ কথা হে উক্ত লিখিত পৰীক্ষা বাবে শাৰীৰিক পৰীক্ষাৰ ফলাফল প্রকাশ কৰোঁতেও বিসংগতি হৈছিল।বহুতো যোগ্য প্ৰাৰ্থী লিখিত পৰীক্ষা তালিকা পৰা বঞ্চিত হৈছিল।পৰৱৰ্তী সময়ত ডি জি পি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ ৰূপায়ন কৰাত পুনৰ সংশোধনীৰ তালিকা প্রকাশ কৰিছিল অসম আৰক্ষীয়ে।

Tags: Assam Policeঅসম আৰক্ষী
Share4Tweet3Send

Related Posts

Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
ADVERTISEMENT
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা
National-International

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx