![]()
ড° ভূপেন হাজৰিকাৰ সম্পাদনাত ওলোৱা এখন আলোচনীৰ নাম হৈছে “বিন্দু”। ১৯৭০ চনৰ এপ্ৰিল মাহত আলোচনী খনৰ প্ৰথমটো সংস্কৰণ ওলাইছিল।

অসমীয়া সাংস্কৃতিক জগতৰ কেইবাগৰাকীও জনপ্ৰিয় গল্পকাৰ তথা ঔপন্যাসিকে “বিন্দু” আলোচনী খনত নিজৰ লেখা দিছিল।
লক্ষ্মীনাথ বেজবৰুৱাকে ধৰি ভবেন্দ্ৰনাথ শইকীয়া, অন্নদাশংকৰ ৰায়, নিত্যা দত্ত, লক্ষহীৰা দাস, উপেন কাকতি, পবিত্ৰ কুমাৰ ডেকা, ডঃ ভেৰিয়াৰ এলুইন, নিৰোদ চৌধুৰী, ৰবীন্দ্ৰ সৰকাৰ আৰু সন্তোষ চৰকাৰ আদিয়ে ইয়াত নিজৰ লেখা সমূহ প্ৰকাশ কৰোৱাইছিল।

সেই সময়ত আলোচনীখনৰ মূল্য আছিল মাত্ৰ ৩০ টকা।













