ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

“গোলাপী জামুৰ লগ্ন” ৰ কবি নীলমণি ফুকন দেৱক জ্ঞানপীঠ বঁটা প্ৰদানঃ

মনোৰঞ্জনঃ

Staff Reporter by Staff Reporter
April 11, 2022
Reading Time: 1 min read
A A
0
“গোলাপী জামুৰ লগ্ন” ৰ কবি নীলমণি ফুকন দেৱক জ্ঞানপীঠ বঁটা প্ৰদানঃ

logo new 2 1 1 4 1 3 4 1 | ASSAM TIMES POST

RELATED POSTS

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলোৱা কাব্যঋষি নীলমণি ফুকন দেৱক আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা জীৱনযোৰা সাহিত্য সাধানাৰ প্ৰতিদান স্বৰূপে জ্ঞানপীঠ বঁটা প্ৰদান কৰে।

nilmoni phukan১৯৩৩ চনৰ ১০ ছেপ্টেম্বৰত গোলাঘাট জিলাৰ দেৰগাঁৱত জন্মগ্ৰহণ কৰা নীলমণি ফুকন দেৱে ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ৷ ১৯৬৪ চনত তেওঁ অধ্যাপক হিচাপে যোগদান কৰে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত ৷ ১৯৯২ চনত এই পদৰ পৰা অৱসৰ গ্ৰহণ কৰা নীলমণি ফুকন দেৱে কবিতা লিখা আৰম্ভ কৰিছিল ১৯৫০ চনৰ পৰা ৷

বিগত শতিকাৰ ৫০ দশকৰ পৰা জীৱনৰ সৰ্বস্ব কবিতা আৰু কলাৰ বাবেই তেখেতে উৎসৰ্গা কৰিছে। মানৱ জীৱনবোধৰ কথাবোৰ তেখেতে অতি সচেতনতাৰে কবিতাত প্ৰকাশ কৰিছে। সততা আৰু নিষ্ঠাৰে কাব্য সাধনা কৰি যাওঁতে তেখেতে ক’তো থমকি ৰোৱা নাই। নিজস্ব স্বকীয় কাব্যধাৰাৰে মহিমামণ্ডিত শিল্পীগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছে তেখেতৰ প্ৰতিগৰাকী গুণমুগ্ধ তথা শুভাকাংক্ষীয়ে।

Tags: nilmoni phukanনীলমণি ফুকন
Share4Tweet3Send

Related Posts

পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by Staff Reporter
May 13, 2026
50
ADVERTISEMENT
Suman Kalyanpur dies : খহি পৰিল দেশৰ সংগীত জগতৰ আন এক ভোটাতৰা, সুমন কল্যাণপুৰ আৰু নাই
Music

Suman Kalyanpur dies : খহি পৰিল দেশৰ সংগীত জগতৰ আন এক ভোটাতৰা, সুমন কল্যাণপুৰ আৰু নাই

June 1, 2026
50
US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ
National-International

India US trade deal I সোমবাৰৰ পৰা আৰম্ভ হ’ব ভাৰত-আমেৰিকা বাণিজ্যিক চুক্তিৰ পৰৱৰ্তী আলোচনা

June 1, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

June 1, 2026
50
India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক
National-International

India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক

June 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Suman Kalyanpur dies : খহি পৰিল দেশৰ সংগীত জগতৰ আন এক ভোটাতৰা, সুমন কল্যাণপুৰ আৰু নাই

Suman Kalyanpur dies : খহি পৰিল দেশৰ সংগীত জগতৰ আন এক ভোটাতৰা, সুমন কল্যাণপুৰ আৰু নাই

June 1, 2026
US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ

India US trade deal I সোমবাৰৰ পৰা আৰম্ভ হ’ব ভাৰত-আমেৰিকা বাণিজ্যিক চুক্তিৰ পৰৱৰ্তী আলোচনা

June 1, 2026
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

June 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx