ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

অমিত শ্বাহৰ হিন্দী ভাষা প্রচাৰৰ বিৰোধিতা এ আৰ ৰহমানৰ!

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 11, 2022
Reading Time: 1 min read
A A
0
অমিত শ্বাহৰ হিন্দী ভাষা প্রচাৰৰ বিৰোধিতা এ আৰ ৰহমানৰ!

RELATED POSTS

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

logo new 2 1 1 4 1 3 4 1 | ASSAM TIMES POST

অমিত শ্বাহৰ হিন্দী ভাষা সন্দৰ্ভত বিতর্কত জড়িত হ’ল কিংবদন্তি সঙ্গীত পৰিচালক এ আৰ ৰহমান। ইয়াকে লৈ এতিয়া গৰম গৰম বিবৃতি দিছে তামিলনাডুৰ প্রধান বিৰোধী দল এআইডিএমকেই। তেওঁলোকে জনাইছে, মানুহে নিজৰ ইচ্ছা হ’লে হিন্দী শিকিব, কিন্তু জোৰ কৰি সেয়া জাপি দিয়াটো মুঠেই গ্রহণযোগ্য নহয়।

হিন্দী ভাষা প্রচাৰৰ বিৰোধিতাইয়াৰ মাজতেই বিতর্ক উঠিছে এ আৰ ৰহমানে পোষ্ট কৰা এখন ছবিক লৈ। ছবিখনত তামিল ভাষাত লিখা আছে যাক লৈ ছচিয়েল মিডিয়াত বিতর্কৰ সৃষ্টি হৈছে। প্রয়াত দ্রাবিড়ীয় আইকন চিএন আন্নাদুৰাইক উদ্ধৃত কৰি এআইডিএমকেৰ শীর্ষ নেতা ও পন্নিৰচেভামে কয়, যদি প্রয়োজন হয়, মানুহে স্বেচ্ছাই হিন্দী শিকিব।

কিন্তু হিন্দী জোৰ কৰি জাপি দিয়াটো মুঠেই গ্রহণযোগ্য নহয়। এইমর্মে টুইট কৰে এআইডিএমকে নেতাজনে। কিন্তু এ আৰ ৰহমান কেনেদৰে জড়িত হ’ল ইয়াৰ সৈতে? যোৱা ৭ এপ্রিলত অমিত শ্বাহে কৈছিল, ইংৰাজীৰ পৰিৱর্ত হিচাবে বিভিন্ন ৰাজ্যৰ মানুহে হিন্দীত কথা পতা উচিত।

হিন্দী ভাষা

তামিলনাডুৰ মুখ্যমন্ত্রী এমকে ষ্টেলিনে কয়, ইয়াৰ ফলত সংহতি নষ্ট হ’ব। এ আৰ ৰহমানে যিখন ছবি পোষ্ট কৰিছে তাৰ কেপচনত লিখিছে, ‘তামিঝানাঙ্গু’, যিয়ে অৱশ্যেই ‘মা তামিল’ৰ দিক্‌নির্দেশ কৰে। মাতৃভাষা সন্দৰ্ভত সদায় সচেতন ৰহমান। এইবাৰো তাৰে উদাহৰণ দিলে তেওঁ৷ তাত বিতর্ক হ’লেও পিছে তেওঁৰ কোনো গুৰুত্ব নাই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Amit Shahঅমিত শ্বাহৰ
Share5Tweet3Send

Related Posts

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

by News Desk
September 8, 2026
50
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

by News Desk
September 8, 2026
50
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

by News Desk
September 8, 2026
50
Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম

ADVERTISEMENT
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
50
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
50
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026
50
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d