![]()
হোজাইত ৰেলৰ চেপাত এজনৰ মৃত্যু।হোজাই-ধলপুখুৰী ৰেল ষ্টেচনৰ মাজত এই অঘটন।।ৰঙিয়া এক্সপ্রেসৰ খুন্দাত নিহত হয় লোকজন ।
এটা ভৰি কটাৰ লগতে মূৰত আঘাট প্ৰাপ্ত হোৱা মৃত লোকজনৰ বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই পৰিচয়।বয়স অনুমানিক ৩৫ বছৰ।
![]()
এটা ভৰি কটাৰ লগতে মূৰত আঘাট প্ৰাপ্ত হোৱা মৃত লোকজনৰ বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই পৰিচয়।বয়স অনুমানিক ৩৫ বছৰ।
বৰ্তমান হোজাই ৰেল আৰক্ষীয়ে মৃতদেহটো ৰেললাইনৰ পৰা উদ্ধাৰ কৰাৰ লগতে মৰোনত্বৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx