ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home BREAKING NEWS

Major Incident in West Karbi Anglong Iপশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উত্তপ্ত পৰিস্থিতি: তুলিৰামৰ ঘৰ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে

আৰক্ষীয়ে কৰা গুলীচালনাত ৩গৰাকীকৈ লোক আহত

ASSAM TIMES POST by ASSAM TIMES POST
December 22, 2025
Reading Time: 1 min read
A A
0
Major Incident in West Karbi Anglong Iপশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উত্তপ্ত পৰিস্থিতি: তুলিৰামৰ ঘৰ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে

RELATED POSTS

🔴 BREAKING | হাতীগাঁও আৰক্ষীৰ জালত তিনি সন্দেহযুক্ত চাইবাৰ অপৰাধী

SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

New Logo Smal 2 | ASSAM TIMES POST

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উত্তাল পৰিৱেশ। নিশা খেৰণিৰ ফেলাংপিত অনিৰ্দিষ্টকালীন আমৰণ অনশনত অৱস্থান কৰি থকা প্ৰতিবাদকাৰীক আৰক্ষীয়ে উঠাই লৈ যোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। আৰক্ষীয়ে উগ্ৰপন্থীৰ দৰে প্ৰতিবাদকাৰীক উঠাই নিয়াৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে। প্ৰতিবাদকাৰীক শীঘ্ৰে মুকলি কৰাৰ দাবীত খেৰণিত পথ অৱৰোধ সহস্ৰাধিক খিলঞ্জীয়া জনতাৰ।

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উত্তাল পৰিৱেশ: তুলিৰামৰ ঘৰ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে
পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উত্তাল পৰিৱেশ: তুলিৰামৰ ঘৰ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে

প্ৰায় ১৫দিন ধৰি কাৰ্বি আংলংবাসীয়ে সাব্যস্ত ৰখা প্ৰতিবাদে সোমবাৰৰ দিনটোত অধিক উত্তপ্ত হৈ উঠিল।  কাৰ্বি ভূমিত অনা কাৰ্বি লোকৰ অগ্ৰাসনৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ। কাৰ্বিভূমিৰ এনে অঞ্চলত অচিৰেই উচ্ছেদ চলাব বুলি বাৰে বাৰে ঘোষণা কৰিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল প্ৰশাসনে। চলিত বৰ্ষৰ ফেব্ৰুৰাৰী মাহৰ পৰাই এনে ভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি ৰাখিছিল কাৰ্বি ৰাইজে।

bfb09f46 3eef 4f3b b06d 59d8fcc33f29 | ASSAM TIMES POSTসোমবাৰৰ দিনটোত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল ৰাইজৰ। প্ৰতিবাদে ল’লে ভয়ংকৰ ৰূপ।  অনশনত বহি থকা প্ৰতিবাদকাৰীক আটক কৰাৰ পিছতে অধিক উগ্ৰ হৈ উঠে জনতা।ৰুদ্ৰমূৰ্তি ধাৰণ কৰি জনতাই তুলিৰাম ৰংহাঙৰ পুৰণি বাসগৃহটো জ্বলাই দিয়ে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কৰা গুলীচালনাত ৩গৰাকীকৈ লোক আহত হৈছে। বৰ্তমানো পৰিৱেশ শান্ত হোৱা নাই। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত বৰ্তমানেও চলি আছে হতাহতি।

উল্লেখ কৰা প্ৰয়োজন যে, সোমবাৰে পুৱাৰ ভাগত তুলিৰাম ৰংহাঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে, প্ৰতিবাদকাৰীসকলক আটক কৰা নাই। উন্নত চিকিতসাৰ বাবেহে গুৱাহাটীলৈ লৈ যোৱা হৈছে। তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে প্ৰতিবাদৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। প্ৰতিবাদকাৰীসকলে বিগত ১৫দিনে দাবী কৰি আহিছিল যে, এই বিষয়টোক লৈ তুলিৰাম ৰংহাঙৰ লগতে মুখ্যমন্ত্ৰী পৰ্যায়ত এক আলোচনা তেওঁলোকৰ সৈতে হওঁক।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উত্তাল পৰিৱেশ: তুলিৰামৰ ঘৰ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে
Share6Tweet4Send

Related Posts

🔴 BREAKING | হাতীগাঁও আৰক্ষীৰ জালত তিনি সন্দেহযুক্ত চাইবাৰ অপৰাধী
BREAKING NEWS

🔴 BREAKING | হাতীগাঁও আৰক্ষীৰ জালত তিনি সন্দেহযুক্ত চাইবাৰ অপৰাধী

by News Desk
September 4, 2026
56
SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত
BREAKING NEWS

SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত

by ASSAM TIMES POST
September 3, 2026
55
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা
BREAKING NEWS

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

by ASSAM TIMES POST
June 30, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested
BREAKING NEWS

Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested

by ASSAM TIMES POST
January 22, 2026
97
ADVERTISEMENT
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
50
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত
National-International

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
52
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026
51
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

September 19, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d