ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home BREAKING NEWS

Assam-Meghalaya border : অসম-মেঘালয় সীমান্তৰ তাপাতত ধান কটাক লৈ খাছি-অসমীয়াৰ ভয়াৱহ সংঘর্ষ: আক্ৰমণত এজন নিহত

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
October 9, 2025
Reading Time: 1 min read
A A
0

RELATED POSTS

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

New Logo Smal 2 | ASSAM TIMES POST

পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তৰ তাপাত নামৰ অঞ্চলত আজি ধান কটাক কেন্দ্ৰ কৰি খাছিয়া আৰু অসমৰ স্থানীয় জনতাৰ মাজত ভয়াৱহ সংঘৰ্ষৰ সৃষ্টি হয়। এই সংঘৰ্ষৰ ফলত অৰিৱেল তিমুং (৪৮) নামৰ অসমৰ এজন লোক নিহত হয়। ঘটনাৰ সূত্র অনুসৰি মেঘালয়ৰ খাছি লোকে বিগত বহু বছৰ ধৰি সীমান্তৰ অসমৰ এই ভূমি তেওঁলোকৰ বুলি দাবী কৰি অঞ্চলটোত সময়ে সময়ে উত্তেজনাৰ সৃষ্টি কৰি আহিছে।

অসম-মেঘালয় সীমান্তৰ তাপাতত ধান কটাক লৈ খাছি-অসমীয়াৰ ভয়াৱহ সংঘর্ষ
অসম-মেঘালয় সীমান্তৰ তাপাতত ধান কটাক লৈ খাছি-অসমীয়াৰ ভয়াৱহ সংঘর্ষ

মেঘালয়ৰ খাছি লোকে বহু বছৰৰ পৰা অসমৰ ভিতৰলৈ সোমাই আহি ধান খেতিৰ লগতে আন কৃষিজাত খেতি কৰি আহিছে। খাছিয়া লোকে অসমৰ ভিতৰত কৰা ধান খেতি কাটিবলৈ চলোৱা প্ৰস্তুতিক লৈ বহু দিনৰ পৰা অঞ্চলটোত উত্তেজনাময় পৰিস্থিতি সৃষ্টি হৈ আছিল। এই সম্পর্কে যোৱা ৬অক্টোবৰত এখন শান্তি সভাও অনুষ্ঠিত হৈছিল দুয়োপক্ষৰ মাজত। দুয়োপক্ষৰ মাজত সন্মতি অবিহনে ধান নকটাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও আজি খাছিলোকে ধান কাটিবলৈ লোৱাক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত মুখামুখি সংঘৰ্ষৰ সূত্রপাত ঘটে।

7cc17795 f461 4200 add8 7453fbdfa10b | ASSAM TIMES POSTখাছি লোকে অসমৰ লোকসকলক চোকা অস্ত্ৰৰ লগতে গুলী চালনা কৰি আক্ৰমণ কৰে বুলি একাংশ লোকে অভিযোগ কৰে। খাছি লোকৰ এই আক্ৰমণত অসমৰ এগৰাকী লোকৰ মৃত্যু ঘটে। আনহাতে ঘটনাস্থলীত উপস্থিত থকা দুয়োপক্ষৰ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়। সমগ্র এলেকাটোত এতিয়াও তীব্র উত্তেজনাই বিৰাজ কৰি আছে। অসম আৰক্ষীয়ে এটা বৃহৎ দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

ইয়াৰোপৰি অসম আৰক্ষীৰ শীর্ষ বিষয়া ঘটনা স্থলীলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে। উল্লেখনীয় যেকেইমাহমান পূর্বে কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদে সীমান্তৰ এই অঞ্চলত ৰঙা চন্দনৰ বহু পুলি ৰোপন কৰিছিল। খাছিয়া দুর্বৃত্তই এই পুলি সমূহ কাটি দিয়াত সংঘাতৰ সৃষ্টি হৈছিল। তেতিয়াৰে পৰা অঞ্চলটোত উত্তেজনা বিৰাজ কৰি আছিল। অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে পশ্চিম কাৰ্বি আংলঙৰ এই সীমান্ত অঞ্চলৰ বিবাদ মীমাংসাৰ বাবে বহু আলোচনাত মিলিত হৈছে যদিও আজিলৈকে অঞ্চলটোৰ বিবাদৰ স্থায়ী সমাধান সূত্র উলিয়াবলৈ সক্ষম নহ’ল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অসম-মেঘালয় সীমান্তৰ তাপাতত ধান কটাক লৈ খাছি-অসমীয়াৰ ভয়াৱহ সংঘর্ষ: আক্ৰমণত এজন নিহত
Share6Tweet4Send

Related Posts

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men
NORTHEAST

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

by News Desk
September 18, 2026
55
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও
NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

by News Desk
September 14, 2026
52
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

by News Desk
September 12, 2026
56
Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
NORTHEAST

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

by News Desk
September 11, 2026
52
Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য
NORTHEAST

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

by News Desk
September 4, 2026
52
🔴 BREAKING | হাতীগাঁও আৰক্ষীৰ জালত তিনি সন্দেহযুক্ত চাইবাৰ অপৰাধী
BREAKING NEWS

🔴 BREAKING | হাতীগাঁও আৰক্ষীৰ জালত তিনি সন্দেহযুক্ত চাইবাৰ অপৰাধী

by News Desk
September 4, 2026
56
ADVERTISEMENT
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
50
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত
National-International

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
52
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026
51
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

September 19, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d