![]()
![]()
অহা ১৩ মেত মুক্তিলাভ কৰিব লগা ছবিখনৰ ট্রেলাৰ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি কৰে।উল্লেখ্য লোকে কুঙ ফু আৰু হেভি বাজেটৰ বেনাৰত নিৰ্মিত চতুৰ্থখন ফিচাৰ ফিল্ম লোকেল উৎপাত।বন্ধু তথা পৰিয়ালৰ সৈতে একেলগে উপভোগ কৰিব পৰা ছবিখনৰ মূল কাহিনী এটা ভাড়াঘৰৰ পৰাই আৰম্ভণি হয়- এই কথা জনাই পৰিচালক কেনি বসুমতাৰীয়ে।© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx