ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিদ্যুৎ বিভাগৰ বৈঠালাংছʼস্থিত নিয়ন্ত্ৰণ কক্ষত শতাধিক লোকৰ উত্তাল প্ৰতিবাদ ।

ASSAM TIMES POST by ASSAM TIMES POST
October 9, 2019
Reading Time: 1 min read
A A
0

পশ্চিম কাৰ্বিআংলং: পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকাম বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত বৈঠালাংছʼস্থিত বিদ্যুৎ বিভাগৰ নিয়ন্ত্ৰণ কক্ষত শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে । বিভাগটোৰ কৰ্মচাৰীয়ে কোনো কাৰণ নোহোৱাকৈ দূৰ্গা পূজাৰ পূৰ্বে মাজ বৰপথাৰত থকা এটা ট্ৰেন্সফৰ্মাৰ পৰা বিদ্যুৎ সংযোগ কাটি দিয়ে । ইয়াৰ পিছৰে পৰা বিগত ছয়দিন দিন ধৰি বিদ্যূৎ সেৱা লাভৰ পৰা বঞ্চিত হৈ আছে বৰপথাৰ অঞ্চলৰ শতাধিক পৰিয়াল । ইফালে বিদ্যুৎ বিভাগৰ সৈতে যোগাযোগ কৰি অঞ্চলবাসীয়ে কোনো সুফল নোপোৱাত অঞ্চলটোৰ শতাধিক ৰাইজে বুধবাৰে বিভাগটোৰ বৈঠালাংছʼস্থিত নিয়ন্ত্ৰণ কক্ষ চৌহদত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে বিদ্যুৎ কৰ্মচাৰীয়ে বিদ্যুৎ সংযোগ কৰি দিয়াৰ নামত ধন দাবী কৰাৰ লগতে ট্ৰেন্সফৰ্মাৰৰ বেৰেল সংযোগ কৰি দিয়াৰ বাবেও উৎকোচ বিচৰাৰ বাবে অতিষ্ঠ হৈ পৰে গ্ৰাহকসকল । এনে কৰ্ম কাণ্ডৰ বাবেই ৰাইজ একত্ৰিত হৈ প্ৰতিবাদত নামি পৰে । তাৎপৰ্যপূৰ্ণভাৱে এতিয়ালৈকে প্ৰতিবাদস্থলীত বিভাগটোৰ কোনো উচ্চ পদস্থ বিষয়া উপস্থিত হোৱা নাই ।

RELATED POSTS

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

Tags: Featured
Share4Tweet3Send

Related Posts

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

by ASSAM TIMES POST
June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

by News Desk
June 2, 2026
50
১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা
KARBI ANGLONG

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

by Staff Reporter
June 2, 2026
50
Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by Staff Reporter
May 29, 2026
50
Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী
KARBI ANGLONG

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

by News Desk
May 27, 2026
50
Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
ADVERTISEMENT
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ
National-International

Cockroach Janata Party I শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, প্ৰথম সংবাদমেলতে ‘ককৰোচ জনতা পাৰ্টি’ৰ দাবী

June 4, 2026
50
Bihar fire I দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু
National-International

Bihar fire I দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু

June 4, 2026
50
India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ
National-International

India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

June 3, 2026
50
Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ
National-International

Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ

June 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

Cockroach Janata Party I শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, প্ৰথম সংবাদমেলতে ‘ককৰোচ জনতা পাৰ্টি’ৰ দাবী

June 4, 2026
Bihar fire I দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু

Bihar fire I দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু

June 4, 2026
India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

June 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx