![]()
বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুন বৰাক ভোট নিদিয়া কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদক গাড্ডাৰ নাম্বাৰ ONE আখ্যা অখিল গগৈৰ। অসম বিধানসভাত সংবাদ মাধ্যমৰ সন্মুখত গগৈয়ে কয়- গাড্ডাৰ নাম্বাৰ ONE চিনাক্ত হ’ল, বাকী কি হয় AIUDFয়ে জানিব।

সম্পূৰ্ণ ফলাফল ওলোৱা পাছতেই আমি কি সিদ্ধান্ত গ্ৰহণ কৰিম সেইয়া স্পষ্ট হ’ব। উল্লেখ্য যে ইতিমধ্যে কংগ্ৰেছে দলৰ পৰা নিলম্বন কৰিছে বিধায়ক ছিদ্দিক আহমেদক। তাপৰ্যপূৰ্ণ কথা যে বিধায়কগৰাকীয়ে ভোট নষ্ট কৰাৰ অভিযোগ। বেলত পেঁপাৰত ONE লিখাৰ অভিযোগ আহমেদৰ বিৰুদ্ধে।











