ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

গাড়ীগাঁও ধর্ষণকাণ্ড মূল অভিযুক্ত বিকি এনকাউণ্টাৰৰ তদন্ত ঘোষণা:ক’ত আছে অন্য ৪ অভিযুক্ত !

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
March 29, 2022
Reading Time: 1 min read
A A
0
গাড়ীগাঁও ধর্ষণকাণ্ড মূল অভিযুক্ত বিকি এনকাউণ্টাৰৰ তদন্ত ঘোষণা:ক’ত আছে অন্য ৪ অভিযুক্ত !

New Logo Very Smal | ASSAM TIMES POST
গুৱাহাটী গাড়ীগাওঁ কিশোৰী দলবদ্ধ ধৰ্ষণৰ মাষ্টাৰমাইণ্ড বিকি আলীক এনকাউন্টাৰ তদন্ত ঘোষণা। কামৰূপ(ম) জিলা দণ্ডাধীশে ঘোষণা কৰিছে মৃত্যুৰ তদন্তৰ। অভিযুক্ত বিকি আলী মৃত্যুৰ তদন্তৰ প্ৰতিবেদন ১৫দিনৰ ভিতৰত জমা দিয়া নিৰ্দেশ। উল্লেখ্য অতিৰিক্ত জিলা দণ্ডাধীশ বিপুল কুমাৰ দাসক তদন্ত দায়িত্ব অপৰ্ণ কৰা হৈছে।

RELATED POSTS

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

IMG 20220304 WA0001 | ASSAM TIMES POST

গুৰুত্বপূৰ্ণ যে পাণবজাৰ মহিলা আৰক্ষী থানাই বিকি আলীক লগত লৈ ধৰ্ষণকাণ্ড অন্য সহযোগীসকলক বিচাৰি অভিযান চলাবলৈ ১৫মাৰ্চত গড়ভঙা পাহাৰলৈ নিয়া সময়তে আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু হৈছিল ধৃত অভিযুক্ত। ইফালে অতিৰিক্ত দণ্ডাধীশজনক কাৰ্যবাহী দণ্ডাধীশ ৰিমজিম কোঁৱৰক তদন্তত সহায় কৰিবলৈ নির্দেশ দিছে। ইফালে তদন্তৰ প্ৰতিবেদন অসম মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক ১৫দিনৰ ভিতৰত দাখিল কৰা নিৰ্দেশ দিয়া হৈছে।

তাপৰ্যপূৰ্ণ যে দলবদ্ধ ধৰ্ষণকাণ্ডত অভিযুক্ত অন্য ৪জন অভিযুক্ত আজি পৰ্যন্ত শুং-সূত্ৰ নাই বুলিও আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰিছে।

আনহাতে ৰহস্যজনক কথা যে ঘটনাৰে জড়িত দুই অভিযুক্তক পোনা আলী আৰু ফইজুল আলীক ১৮মাৰ্চত মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা বুলি এক বাতৰি প্ৰকাশ পাইছিল। কিন্তু আৰক্ষীয়ে এই সন্দৰ্ভত আজিলৈকে কোনো আনুষ্ঠানিক ভাষ্য প্ৰকাশ নকৰিলে।

পাণবজাৰ মহিলা থানাত ৮মার্চত ৰুজু হোৱা গোচৰৰ আজি পৰ্যন্ত ৪ অভিযুক্তক গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীয়ে বিচাৰি উলিয়াব নোৱাৰাটোৱে পুনৰ এবাৰ আৰক্ষী ব্যৰ্থতাকে প্ৰকাশ কৰিছে। পাণবজাৰ মহিলা আৰক্ষী থানা ১৯/২২নম্বৰত ৰুজু হোৱা গোচৰত বিকি আলীয়ে আৰক্ষী ওচৰত আত্মসমৰ্পন কৰিছিল বুলিহে পৰিয়ালে দাবী কৰি আহিছে।

উল্লেখ্য যে ১৬বছৰীয়া এগৰাকী কিশোৰীক যোৱা ১৯ ফেব্ৰুৱাৰীত আদাবাৰীস্থ ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত পাঁচ লম্পতে দলবদ্ধ ধর্ষণ কৰিছিল। তাৰ পাছতে কিশোৰী পৰিয়ালে দাখিল কৰিছিল এজাহাৰ।

Tags: গাড়ীগাঁও ধর্ষণকাণ্ড
Share4Tweet3Send

Related Posts

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা
Guwahati

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

by News Desk
May 13, 2026
50
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ
Guwahati

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

by News Desk
May 8, 2026
50
ADVERTISEMENT
Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে
Sports News

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
50
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা
National-International

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

June 1, 2026
50
Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি
National-International

Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি

June 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

June 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx