ASSAM TIMES POST
অমৃত কুমাৰ শৰ্মা, শিৱসাগৰঃ ডিগবৈ আৰক্ষী চকীৰ অন্তৰ্গত টিংৰাই অঞ্চলৰ পৰা প্ৰায় ১৪-১৫ বছৰ বয়সীয়া প্ৰীতম শৰ্মা নামৰ যুৱক এজন ২১ ছেপ্তেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে৷ কোনো সদাশয় ব্যক্তিয়ে ল’ৰাজনৰ সন্ধান পালে তলৰ ম’বাইল নম্বৰত যোগাযোগ কৰিবলৈ পিতৃ পৰাগ শৰ্মাই অনুৰোধ জনাইছে৷
ফোন-৮৬৩৮৮-৫৯০১৯












