ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিব্ৰুগড়ত শোকাবহ পথ দুৰ্ঘটনাঃ প্ৰাতঃভ্ৰমণ কৰা দুই মহিলা নিহত

ASSAM TIMES POST by ASSAM TIMES POST
September 22, 2019
Reading Time: 1 min read
A A
0
ডিব্ৰুগড়ত শোকাবহ পথ দুৰ্ঘটনাঃ প্ৰাতঃভ্ৰমণ কৰা দুই মহিলা নিহত

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

ডিব্ৰুগড়ঃ ডিব্ৰুগড়ৰ বৈৰাগীমঠত আজি সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। উক্ত দুৰ্ঘটনাত স্থানীয় দুগৰাকী মহিলাৰ মৃত্যু হোৱাত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। জানিব পৰা মতে আন দিনাৰ দৰে আজিও জোনালী দত্ত আৰু মিনু গগৈ নামৰ দুগৰাকী মহিলাই প্ৰাতঃভ্ৰমনৰ বাবে উলাই আহিছিল আৰু ৰাজপথৰ কাষে কাষে খোজকাঢ়ি গৈ আছিল।

0dd2f5a5 315e 40fc 980a c87e221398d7 | ASSAM TIMES POST 914b3737 0a70 4811 a3ba 17b67b34d830 | ASSAM TIMES POST

তেনেতে এএচ-০৬ চি-২১৪৭ নম্বৰৰ তীব্ৰ গতিত অহা এখন মাৰুতি জেনে নিয়ন্ত্ৰন হেৰুৱাই খুন্দিওৱাৰ ফলত মৃত্যু দুয়োগৰাকী প্ৰাতঃভ্ৰমনলৈ অহা মহিলা। ঘটনাত ঠিতাতে নিহত মিনু গগৈ নামৰ মহিলাগৰাকী আৰু চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় জোনালী দত্তৰ।

ডিব্ৰুগড়ৰ প্ৰয়াত থাৰ্মেল নিজ কদমনিৰ উমা গগৈৰ পত্নী মিনু গগৈয়ে (৫০) দুগৰাকী কন্যাৰ লগতে বহু আত্মীয় স্বজনক এৰি গৈছে।ইফালে থাৰ্মেল নিজ কদমনিৰ যোগীৰাজ দত্তৰ পত্নী, জোনালী দত্ত (৪৬)ই একমাত্ৰ কন্যাগৰাকীক এৰি থৈ যায়। জানিব পৰা মতে জেনখন মনোজ ভূঞা আৰু অভিনৱ দত্ত(২১) নামৰ দুজন যুৱকে শিকি আছিল।

শাৰদীয় পূজাৰ প্ৰাকক্ষণত দুগৰাকীকৈ মহিলা প্ৰাতঃভ্ৰমনলৈ গৈ অকাল মৃত্যুক সাৱতি লোৱা ঘটনাই গভীৰ শোকৰ ছাঁ পেলাইছে। ডিব্ৰুগড়ৰ ৰাজপথত পুৱাৰ ভাগত প্ৰতিদিনে ন-শিকাৰু গাড়ীয়ে পথচাৰীক বিপদত পেলাই আহিছে যদিও কৰ্তৃপক্ষই বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত আজি দুৰ্ঘটনাটো সংঘটিত হয়।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
ADVERTISEMENT
Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত
National-International

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

July 22, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Delhi protest I ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ লক্ষ্যত ৰাহুল গান্ধী

July 22, 2026
50
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক
National-International

Sikkim canal tragedy I ছিকিমৰ সুৰংগ দুৰ্যোগ, মৃত্যুৰ সংখ্যা ২০ জনলৈ বৃদ্ধি

July 22, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

July 22, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Delhi protest I ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ লক্ষ্যত ৰাহুল গান্ধী

July 22, 2026
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক

Sikkim canal tragedy I ছিকিমৰ সুৰংগ দুৰ্যোগ, মৃত্যুৰ সংখ্যা ২০ জনলৈ বৃদ্ধি

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx