ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুৰ প্ৰতিষ্ঠিত ব্যৱসায়ী আৰু অসম সাহিত্য সভাৰ ‘ৰাংছিনা ভৱন’ৰ অৱৰক্ষণ সমিতিৰ সদস্য তথা হিতৈষী সদস্য ৰাম অৱতাৰ স্বামীক বহিস্কাৰ অৱৰক্ষণ সমিতিৰ

ASSAM TIMES POST by ASSAM TIMES POST
September 22, 2019
Reading Time: 1 min read
A A
0
ডিফুৰ প্ৰতিষ্ঠিত ব্যৱসায়ী আৰু অসম সাহিত্য সভাৰ ‘ৰাংছিনা ভৱন’ৰ অৱৰক্ষণ সমিতিৰ সদস্য তথা হিতৈষী সদস্য ৰাম অৱতাৰ স্বামীক বহিস্কাৰ অৱৰক্ষণ সমিতিৰ

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

ডিফুঃ ডিফুৰ ব্যৱসায়ী তথা অসম সাহিত্য সভাৰ ডিফুস্থিত আঞ্চলিক কাৰ্যালয় ৰাংছিনা ভৱনৰ অৱৰক্ষণ সমিতিৰ সদস্য ৰাম অৱতাৰ স্বামীৰ বিৰুদ্ধে শেহতীয়াকৈ প্ৰস্তাৱ গ্ৰহণ কৰিছে এই সমিতিয়ে। গত ১০ ছেপ্টেম্বৰত ৰাংছিনা ভৱনত অনুষ্ঠিত অৱৰক্ষণ সমিতিৰ বৰ্ধিত সভাতে এই প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

ইতিমধ্যে এই প্ৰস্তাৱৰ প্ৰতিলিপি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকলৈ প্ৰেৰণ কৰা হৈছে আৰু এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈয়ো আহ্বান জনোৱা হয়। ইয়াত স্পষ্টকৈ উল্লেখ আছে এইবুলি, ‘ৰাংছিনা ভৱনৰ অৱৰক্ষণ সমিতিৰ সদস্য ৰাম অৱতাৰ স্বামীয়ে অনৈতিক কাৰ্যত লিপ্ত হৈ সভাক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ হেতু, তেওঁৰ সদস্য পদ আৰু সাধাৰণ সদস্য তথা হিতৈষী সদস্য পদ বাতিলৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।’

উল্লেখযোগ্য যে জিলাখনৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী হোৱাৰ সুবাদতে ৰাম অৱতাৰ স্বামীৰ এক গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অসম সাহিত্য সভাৰ ডিফু আঞ্চলিক কাৰ্যালয়ৰ সম্পাদকগৰাকীক। পৰৱৰ্তী সময়ত আৰক্ষীয়ে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। তেতিয়াৰপৰাই এই কাৰ্যত ক্ষোভিত হৈ আহিছে কাৰ্বি আংলং আৰু ডিফু সাহিত্য সভা তথা ইয়াৰ দল-সংগঠনসমূহ।

এই সন্দৰ্ভত স্বামীকো তদন্তৰ আউটিলৈ আনিবলৈ ইতিমধ্যে কাৰ্বি আংলঙৰ উপায়ুক্ত মুকুল কুমাৰ শইকীয়াকো এখন আৱেদন দিছিল সাহিত্য সভাই।

Tags: Featuredkarbi anglong
Share12Tweet3Send

Related Posts

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
ADVERTISEMENT
Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত
National-International

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

July 22, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Delhi protest I ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ লক্ষ্যত ৰাহুল গান্ধী

July 22, 2026
50
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক
National-International

Sikkim canal tragedy I ছিকিমৰ সুৰংগ দুৰ্যোগ, মৃত্যুৰ সংখ্যা ২০ জনলৈ বৃদ্ধি

July 22, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

July 22, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Delhi protest I ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ লক্ষ্যত ৰাহুল গান্ধী

July 22, 2026
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক

Sikkim canal tragedy I ছিকিমৰ সুৰংগ দুৰ্যোগ, মৃত্যুৰ সংখ্যা ২০ জনলৈ বৃদ্ধি

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx