ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত মৌপালনৰ প্ৰশিক্ষণ

ASSAM TIMES POST by ASSAM TIMES POST
September 21, 2019
Reading Time: 1 min read
A A
0
বোকাখাতত মৌপালনৰ প্ৰশিক্ষণ

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

অজন্তা তালুকদাৰ, বোকাখাতঃ মৌ পালনেৰে কৃষকক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে বোকাখাতৰ মৌপালক সকল আৰু মৌপালনৰ আগ্ৰহী কৃষক সকলক যোৱা ২০ চেপ্তেম্বৰ তাৰিখে প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ এই উদ্যেশ্যে পুৱতি সাহিত্য সভা ভৱনত প্ৰায় ১০০ জন কৃষকৰ উপস্থিতিত প্ৰশিক্ষণ উদ্বোধন কৰে বোকাখাত মহকুমা কৃষি বিষয়া ৰঞ্জিত কুমাৰ শৰ্মাই, আঁত ধৰে জ্যেষ্ঠ কৃষি উন্নয়ণ বিষয়া অলকানন্দ কাকতিয়ে ৷

f3913722 4f5e 4b9c 9e7d b981e8ebe0c8 | ASSAM TIMES POST

বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যামে অনুষ্ঠানত উপস্থিত থাকি কৃষকসকলক উৎসাহ দি নিজৰ ভাষণত কয় যে চৰকাৰে ৰাইজক বিভিন্ন আঁচনিৰে সহায় কৰে, কিন্তু হাতে কামে কৰিব লাগিব কৃষকে, নিজকে স্বাৱলম্বী কৰিব লাগিব কৃষকে আৰু এনে কামৰ বাবে বিজ্ঞানসন্মত প্ৰশিক্ষণৰ প্ৰয়োজন বুলি মহকুমাধিপতি গৰাকীয়ে মত পোষণ কৰে৷

উল্লেখ্য যে কৃষি মন্ত্ৰী অতুল বৰাৰ উদ্যোগত তথা অসম চৰকাৰৰ উদ্যান শস্য বিভাগৰ সহযোগত কৃষকে বোকাখাত মহকুমাত “এপিচ মেলিফেৰা” জাতৰ কলনিসহ ১০০০ টা মৌ বাকচ প্ৰায় ৫০০ কৃষকে লাভ কৰিব ৷ বাকচ আৰু মৌৰ কলনি যোগান ধৰিব অসম চৰকাৰৰ খাদী ব’ৰ্ডে৷ প্ৰশিক্ষক তথা যোৰহাট বাহনাৰ চি কে উদ্যোগৰ স্বত্তাধিকাৰী লীলাচৰণ দত্তই মৌপালক সকলক ব্যৱহাৰিক অভিজ্ঞতাৰে প্ৰশিক্ষণ প্ৰদান কৰে৷

a7d4be4b 4f4c 489c 8f01 a9bdf5b6ae54 | ASSAM TIMES POST

দত্তই প্ৰশিক্ষণত জনায় যে কৃষকে মৌৰ জাত বা প্ৰজাতিবোৰৰ লগত চিনাকি হৈহে পালন কৰিব লাগে, অন্যথা কিছুমান প্ৰজাতিয়ে জীৱ জন্তুক আক্ৰমণ কৰি ঘাটক ৰূপ লব পাৰে৷ পালন কৰা মৌক কেৱল প্ৰাকৃতিক ফুলৰ ৰসৰ ওপৰত নিৰ্ভৰ নকৰি কৃত্ৰিম আহাৰো যোগান ধৰিব লগা হয়।

ফুলযুক্ত সৰিয়হ, গোমধান, ধনীয়া আদিৰ কৃষিপথাৰৰ ওচৰলৈ মৌবাহবোৰৰ স্হান সলনি কৰিব লগা হয় ৷ প্ৰশিক্ষক গৰাকীয়ে লগতে দোহাৰে যে মৌপালনেৰে স্বাৱলম্বী হবলৈ বিজ্ঞানসন্মত পালন পদ্ধতি জনাটো অতীব প্ৰয়োজন, অন্যথা চৰকাৰে বিনামূল্যে মৌবাহ যোগান ধৰিলেও কৃষকে ইয়াৰপৰা ইপ্সিত ফল লাভ কৰিব নোৱাৰিব পাৰে৷

উক্ত প্ৰশিক্ষণত বোকাখাত চিনাকাণৰ মৌপালক পাপুমণি হাজৰিকাই ব্যৱহাৰিক সহযোগিতা আৰু প্ৰশিক্ষণ আগবঢ়ায় ৷ প্ৰশিক্ষণত কৃষি উন্নয়ণ বিষয়া হিমাংগ সোণোৱাল, মৃত্যুঞ্জয় শইকীয়া, কৃষি সম্প্ৰসাৰণ সহায়ক সত্যৰঞ্জন বৰুৱা, উমেশ বৰা আৰু ৰাতুল হাজৰিকা, সমাজকৰ্মী ৰেজাওল হক আৰু ৰেব কাৰ্ডঙে সহযোগিতা আগবঢ়ায়৷

Tags: Featured
Share4Tweet3Send

Related Posts

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry
Assam

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

by Staff Reporter
July 27, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

by News Desk
July 24, 2026
50
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
ADVERTISEMENT
Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry
Assam

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
50
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

July 27, 2026
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

July 26, 2026
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx