ASSAM TIMES POST
শিৱসাগৰঃ ১৪ চেপ্তেম্বৰৰ নিশা শিৱসাগৰ হাঁহচৰা শুকতি আলি ষ্টীল ফেক্টৰীত সংঘটিত এই হত্যাকাণ্ড।
হত্যাকাণ্ডৰ বলি ঋতুপৰ্ণ দুৱৰা (২১) নামৰ যুৱকজন ৷


ঋতুপৰ্ণ দুৱৰা ষ্টীল ফেক্টৰীটোৰ কৰ্মচাৰী।
নিশা এক সৰু ঘটনাক কেন্দ্ৰ কৰি যুৱকজনক হত্যা কৰে বিতুপন গোৱলা নামৰ আন এজন কৰ্মচাৰীয়ে।
বুকুত চুৰিৰে হানি খুচি ঋতুপৰ্ণক হত্যা কৰে বিতুপন গোৱালাই (১৮
চেৰেকাপাৰ আৰক্ষী চকীৰ আৰক্ষীৰ জালত হত্যাকাৰী বিতুপন।












