ASSAM TIMES POST
গুৱাহাটীঃ অসম সাহিত্য সভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে উচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশে ইয়াৰ নিৰ্বাচন পৰিচালনা কৰিব। মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই নিৰ্বাচন সমিতিৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে। সমিতিখনৰ আন দুগৰাকী সদস্য হ’ল অধিবক্তা এছপি ৰয় আৰু বিজন মহাজন। এই দুগৰাকী সদস্যয়ো মঙলবাৰেই দায়িত্ব গ্ৰহণ কৰে।












