ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিধানসভা অধিৱেশনৰ প্ৰথম দিনা মৌখিক প্ৰশ্ন উত্থাপনৰ অনুমতি নাপালে অখিল গগৈয়ে

News Desk by News Desk
July 12, 2021
Reading Time: 1 min read
A A
0
বিধানসভা অধিৱেশনৰ প্ৰথম দিনা মৌখিক প্ৰশ্ন উত্থাপনৰ অনুমতি নাপালে অখিল গগৈয়ে

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

ষ্টাফ ৰিপ’ৰ্টাৰ

পঞ্চদশ অসম বিধানসভা বাজেট অধিৱেশনৰ প্ৰথনদিনা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মৌখিক প্ৰশ্নৰ অনুমতি নাপালে। নাগৰিকত্ব সংশোধনী আইন বিৰোধী চমুকৈ কা’ আন্দোলন সন্দৰ্ভত বিধায়কগৰাকীয়ে মৌখিক প্ৰশ্নৰ অনুমতি বিচাৰিছিল অধ্যক্ষৰ বিশ্বজিৎ দৈমাৰীক। বিধায়ক গৰাকীয়ে বিচৰা মৌখিক প্ৰশ্ন অধ্যক্ষই এটাও উত্থাপনৰ অনুমতি প্ৰদান নকৰিলে। এই কথা প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ।

‘কা’ আন্দোলনত গুলি-লাঠীচার্জ, কন্দুৱা গেছ, নিহত-আহত হিচাপৰ উপৰিও আঘাতপ্ৰাপ্ত আৰক্ষীৰ তথ্য বিচাৰিছিল বিধায়ক গৰাকীয়ে।

কোনোবা আন্দোলনত শ্বহীদ বা মৃত্যু হ’লে শ্বহীদ পৰিয়ালক অৰ্থ সাহায্য প্ৰদান কৰা হয়। কিন্তু কা’ শ্বহীদক কিয় আজিলৈ সাহায্য প্ৰদান কৰা নাই বা ভৱিষ্যতে প্ৰদান কৰিব নে! তাৰো তথ্য বিচাৰি প্ৰশ্ন উত্থাপনৰ অনুমতি বিচাৰিছিল শিৱসাগৰৰ বিধায়ক গগৈয়ে।

কা’ গৃহীত আৰু সংস্থাপিতৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰখনক দিয়া নীতি-নিৰ্দেশনাৰ প্ৰতিলিপি গগৈয়ে বিচাৰিছিল।

একেদৰে কা’ গৃহীত হ’লে অসমলৈ পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা কিমান লোক আহিব বা অসমত সংস্থাপিত হ’ব তাৰ ওপৰত প্ৰশ্ন কৰা অনুমতিৰ নাপালে গগৈয়ে।

উল্লেখ যে, অধিৱেশনৰ প্ৰথমদিনা মৌখিক প্ৰশ্নৰ এটাও অনুমতিৰ নাপালে গগৈয়ে। তাৰ পৰিৱৰ্তে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু বিভিন্ন প্ৰতিশ্ৰুতি সন্দৰ্ভত লিখিত প্ৰশ্নৰ অনুমতি পাই।

আনহাতে, আলোচনাৰ কোনো এটা বিষয় সন্দৰ্ভতহে সময়ৰ প্ৰসংগৰ আহে। ২ মিনিট নহয় আঢ়ৈ মিনিট কৈ পাই সময়। মুখ্যমন্ত্ৰীয়ে মিছাকৈ কৈছে বুলি উল্লেখ কৰি কয়- সময় নিৰ্ধাৰণ কৰে বিজনেছ কমিটিত আলোচনা মৰ্মে অধ্যক্ষই। মুখ্যমন্ত্ৰী গৰাকীয়ে বিধায়ক এজনক বাধা প্ৰদান কৰা হ’ব বুলি কৈ গণতন্ত্ৰক ধ্বংস কৰিছে।

মুখ্যমন্ত্ৰীক আহ্বান জনায় গগৈয়ে কয়- সংবিধান, আইন, গণতন্ত্ৰৰ বিৰোধী কথা নক’ব। চৰকাৰে যি মানেই চেষ্টা কৰিলেও দুই মিনিটত ৰখোৱা মোক সম্ভৱপৰ নহ’ব।

‘চৰকাৰৰ কাৰণে মই ডাঙৰ শত্ৰু দৰে হৈ পৰিছোঁ। মোৰ সময় কমাব কাৰণে কথা কৈ আছে’- বিধায়ক গৰাকীয়ে কয়।

Tags: Featured
Share4Tweet3Send

Related Posts

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
ADVERTISEMENT
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

June 2, 2026
50
NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ
National-International

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

June 2, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

June 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

June 2, 2026
NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

June 2, 2026
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

June 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx