ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

‘গ্ৰাছ’ বোকাখাতৰ উদ্যোগত বোকাখাতত ২০০০ গছপুলি ৰোপণৰ দ্বিতীয় লানি কাৰ্যসূচী সম্পন্ন

ASSAM TIMES POST by ASSAM TIMES POST
September 9, 2019
Reading Time: 1 min read
A A
0

ezgif 4 d314b1d22ab8 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

অজন্তা তালুকদাৰ, বোকাখাতঃ ইতিমধ্যে উজনি অসম আৰু বোকাখাত মহকুমাৰ বিভিন্ন অঞ্চলত ৫০ হেজাৰৰো অধিক গছপুলি ৰোপণেৰে পাৰিপাৰ্শ্বিকতাক অধিক স্নিগ্ধ আৰু সেউজ কৰি তোলা গ্ৰাছ, বোকাখাতে বিগত ১ আৰু ২ ছেপ্তেম্বৰত গ্ৰাছৰ উদ্যোগত আৰু নুমলীগড় শোধনাগাৰৰ আৰ্থিক সাহায্যত ৰঙামাটি মৌজাৰ নামটেমেৰা, নুমলীগড় জুনিয়ৰ কলেজ চৌহদ, ৰজাবাৰী খতিয়াখলি সংযোগী পথৰ দুয়োপাৰে আৰু যুগনিয়া অঞ্চলৰ এচোৱা দীৰ্ঘ পথকে ধৰি বোকাখাত মহকুমাৰ বিভিন্ন অঞ্চলত দুহেজাৰ গছপুলি ৰোপণৰ এলানি কাৰ্যসূচী সম্পন্ন কৰিছিল।

যোৱা ৮ ছেপ্তেম্বৰত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম দিন উপলক্ষ্যে পুৱা বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ অধীনত নৱগঠিত ক্ৰীড়া সংগঠন ৰয়েল স্প’ৰ্ষ্ট ক্লাৱ, বোকাখাতৰ উদ্যোগত বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় চৌহদত গ্ৰাছৰ দ্বাৰা এলানি বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।

IMG 20190909 WA0030 | ASSAM TIMES POST

কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গ্ৰাছৰ সভাপতি, উপসভাপতি আৰু সম্পাদক ক্ৰমে অংকুৰ বৰঠাকুৰ, ইন্দ্ৰেশ্বৰ বৰা আৰু সঞ্জীৱ হাজৰিকাৰ লগতে ক্লাব আৰু গ্ৰাছ উভয়ৰে সক্ৰিয় সদস্য তথা বোকাখাত জিলা ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক, বোকাখাত জিলা সাতোঁৰ সন্থাৰ সম্পাদক অভিযন্তা মনোজ বৰাই।

উক্ত অনুষ্ঠানত ৰয়েল স্প’ৰ্ষ্টচ ক্লাৱৰ সভাপতি সম্পাদক ক্ৰমে ডা° উৎপল বৰুৱা আৰু প্ৰশান্ত কুমাৰ বৰা, ক্লাবৰ উপসভাপতি জ্যোতিষ বৰা, কোষাধ্যক্ষ আৰু হিচাপ পৰীক্ষক ক্ৰমে কৃষ্ণ কমল বৰুৱা আৰু জয়ন্ত কটকী, সদস্যবৃন্দ ক্ৰমে পলাশ গগৈ, প্ৰশান্ত চাংমাই, দিলীপ গগৈকে আদি কৰি দুয়োটি সংগঠনৰ বিষয় ববীয়া-সদস্য সকল আৰু ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে ।

বৃক্ষৰোপণ অনুষ্ঠানটিত উপস্থিত থাকিব নোৱাৰাৰ বাবে ৰয়েল স্প’ৰ্ষ্টচ ক্লাৱৰ মুখ্য উপদেষ্টা তথা হাস্পতালখনৰ ভাৰপ্ৰাপ্ত উপ-অধীক্ষক ডা° ভাৰত ফুকনে অনুষ্ঠানৰ সফলতা কামনা কৰি শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কৰে।

IMG 20190909 WA0029 | ASSAM TIMES POST

একেদিনাই ৰঙামাটি মৌজাৰ নামটেমেৰা গাঁৱত নামটেমেৰা যুৱ মঞ্চ, গ্ৰাছ আৰু নুমলীগড় তেল শোধনাগাৰৰ উদ্যোগত চেনীচন্দ্ৰ লয়িং মধ্য ইংৰাজী বিদ্যালয় চৌহদ আৰু বিদ্যালয়ৰ সন্মুখৰ পথটোৰ এচোৱা দীৰ্ঘ অংশৰ দুয়োপাৰে দ্বিতীয় বাৰৰ বাবে পুনৰ ৩২০ জোপা গছপুলি ৰোপণ হৈ যায়। গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰ, সহকাৰী শিক্ষক হৰেণ লয়িং, বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ৰাজীৱ বড়ি আৰু প্ৰাক্তন ৱাৰ্ড সদস্য সনত কুমাৰ বড়িয়ে শুভাৰম্ভ কৰা অনুষ্ঠানত গ্ৰাছৰ সভাপতি, সম্পাদক, উপসভাপতি, বোকাখাত জিলা ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক তথা বোকাখাত জিলা সাতোঁৰ সন্থাৰ সম্পাদক মনোজ বৰা, নামটেমেৰা যুৱ মঞ্চ, গ্ৰাছৰ সমূহ বিষয় ববীয়া আৰু সদস্য, বোকাখাত মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ সহকাৰী পৰিদৰ্শক উমেশ বৰা, অসম আৰক্ষীৰ ৱায়াৰলেচ বিভাগৰ পৰিদৰ্শক ৰিবুল বৰা, ভালে সংখ্যক গণ্যমান্য ব্যক্তি আৰু গৰিষ্ঠ সংখ্যক স্থানীয় ৰাইজ উপস্থিত আছিল।

অতি সোনকালে গ্ৰাছৰ উদ্যোগত বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত পুনৰ এলানি বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হ’ব বুলি গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰে জানিবলৈ দিছে। প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত ধৰিত্ৰী সেউজীকৰণৰ বাবে গ্ৰাছে লোৱা এনে একাগ্ৰ ভূমিকাক আশাব্যঞ্জক বুলি স্থানীয় ৰাইজে শলাগিছে।

Tags: Featured
Share4Tweet3Send

Related Posts

Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
ADVERTISEMENT
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx