ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১,৬৯,৫২৮ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩৬৬৬ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
মহানগৰত নতুনকৈ আক্ৰান্ত হয় ৩৪১ গৰাকী লোক।শুকুৰবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ২.১৬ শতাংশ।
আনহাতে,শুকুৰবাৰৰ দিনটোত মৃত্যু হৈছে ২৯ জন ব্যক্তিৰ৷ৰাজ্যত সুস্থৰ হাৰ ৮৮.৮৩ শতাংশ।












