ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১০২৯২২ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৪১৭৮ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৩৮৩জন কামৰূপ মেট্ৰ’ৰ। বুধবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৪.০৬ শতাংশ।আনহাতে ৰাজ্যত সুস্থৰ হাৰ ৮৬.৭০ শতাংশ।উল্লেখ্য যে,বুধবাৰৰৰ দিনটোত মৃত্যু হৈছে ৬১ জন ব্যক্তিৰ৷












