ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩৬,১৬৫টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩,২৯৯ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১,৩৪৬ জন লোক কামৰূপ মহানগৰৰ। বিগত ২৪ ঘন্টাত মৃত্যু হৈছে ৪৮ জন ব্যক্তিৰ।
© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx