ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

চাহ বাগিচাৰ চিকিৎসক দেৱেন দত্তৰ হত্যাকাণ্ডই জোকাৰিছে ৰাষ্ট্ৰঃ ৰাজ্য চৰকাৰক ভাৰতীয় চিকিৎসা সংস্থাৰ কঠোৰ সমালোচনাঃ ২৪ ঘন্টাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে স্থিতি স্পষ্ট নকৰিলে দেশজুৰি আন্দোলন

ASSAM TIMES POST by ASSAM TIMES POST
September 4, 2019
Reading Time: 1 min read
A A
0
চাহ বাগিচাৰ চিকিৎসক দেৱেন দত্তৰ হত্যাকাণ্ডই জোকাৰিছে ৰাষ্ট্ৰঃ ৰাজ্য চৰকাৰক ভাৰতীয় চিকিৎসা সংস্থাৰ কঠোৰ সমালোচনাঃ ২৪ ঘন্টাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে স্থিতি স্পষ্ট নকৰিলে দেশজুৰি আন্দোলন

logo atp | ASSAM TIMES POSTASSAM TIMES POST 
যোৰহাটঃ  যোৰহাটৰ টীয়ক চাহ বাগিচাৰ চিকিৎসালয়ত যোৱা ৩১ আগষ্টত চামৰা মাঝি নামৰ এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিত একাংশ উত্তেজিত শ্ৰমিকৰ হাতত গুৰুতৰভাৱে আহত হৈ মৃত্যুবৰণ কৰা চিকিৎসালয়খনৰ চিকিৎসক দেৱেন দত্তৰ দুখজনক ঘটনাটোৱে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

RELATED POSTS

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

এই ঘটনাত ক্ষোভিত হৈ পৰিছে সমগ্ৰ ৰাষ্ট্ৰৰ চিকিৎসকসকল। সমগ্ৰ ঘটনাটোক গুৰুত্ব সহকাৰে লৈছে ভাৰতীয় চিকিৎসা সংস্থাই৷ বুধবাৰে পুৱা ভাৰতীয় চিকিৎসা সংস্থাৰ সভাপতি ডাঃ শান্তনু সেনৰ নেতৃত্বত অহা এটা সঁজাতি দলে টীয়কৰ জগদুৱাৰস্থিত প্ৰয়াত ডাঃ দেৱেন দত্তৰ বাসভৱনত উপস্থিত হৈ পৰিয়ালটোক সমবেদনা জনোৱাৰ লগতে ঘটনাটোত দুখ প্ৰকাশ কৰে আৰু প্ৰতি ক্ষেত্ৰতে ডাঃ দেৱেন দত্তৰ পৰিয়ালৰ লগত থাকিব বুলি আশ্বাস দিয়ে।

d54c5ad8 69ed 4b9f 8254 69f521a35a73 | ASSAM TIMES POST

আনহাতে ডাঃ দেৱেন দত্তৰ হত্যাকাণ্ডৰ ঘটনাটোত ৰাজ্য চৰকাৰৰ ভূমিকাক ভাৰতীয় চিকিৎসা সংস্থাৰ সভাপতি ডাঃ শান্তনু সেনে কঠোৰভাৱে সমালোচনা কৰি সাংবাদিকৰ আগত কয় যে ঘটনাটো সন্দৰ্ভত ২৪ ঘন্টাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ স্থিতি স্পষ্ট নকৰিলে দেশজুৰি চিকিৎসকৰ আন্দোলন গঢ়ি তোলা হ’ব আৰু এই সময়ছোৱাত জৰুৰীকালীন চিকিৎসা সেৱাৰ পৰাও চিকিৎসকসকল বিৰত থাকিব৷

ভাৰতীয় চিকিৎসা সংস্থাৰ সভাপতি ডাঃ শান্তনু সেনে ডাঃ দেৱেন দত্তৰ হত্যাকাণ্ডৰ তদন্তকাৰী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত শোভন গোৱালাৰ নিৰপেক্ষতাৰ ওপৰত সন্দেহ প্ৰকাশ কৰি গুৰুত্বপূৰ্ণ মন্তব্য ৰাখে। ইতিমধ্যে ভাৰতীয় চিকিৎসা সংস্থাই উক্ত ঘটনাটো সন্দৰ্ভত উপায়ুক্তৰ জড়িয়তে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে। ভাৰতীয় চিকিৎসা সংস্থাৰ কেন্দ্ৰীয় নেতৃত্বই চৰকাৰে কৰ্মৰত চিকিৎসকক নিৰাপত্তা প্ৰদান নিশ্চিত কৰিবই লাগিব বুলি দাবী জনায়৷

Tags: Featured
Share4Tweet3Send

Related Posts

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
ADVERTISEMENT
India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ
National-International

India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

June 3, 2026
50
Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ
National-International

Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ

June 3, 2026
50
Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ
Sports News

Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

June 3, 2026
50
‎Hotel illegally expanded : অনুমতি আছিল ছটা নিৰ্মাণৰ, নিৰ্মাণ কৰিলে ২৫টা, যাতায়াতৰ পথ এটাই : অগ্নিকাণ্ডত ২১জনৰ মৃত্যুৰ পাছত দৃষ্টিলৈ দিল্লীৰ হোটেল
National-International

‎Hotel illegally expanded : অনুমতি আছিল ছটা নিৰ্মাণৰ, নিৰ্মাণ কৰিলে ২৫টা, যাতায়াতৰ পথ এটাই : অগ্নিকাণ্ডত ২১জনৰ মৃত্যুৰ পাছত দৃষ্টিলৈ দিল্লীৰ হোটেল

June 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

June 3, 2026
Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ

Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ

June 3, 2026
Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

June 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx