ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৫৪০০২ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩৪৫৩ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৪১৭ জন লোক কামৰূপ মহানগৰৰ।শনিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৬.৩৯ শতাংশ।আনহাতে,শনিবাৰৰ দিনটোত মৃত্যু হৈছে ২৩ জন ব্যক্তিৰ ৷ উল্লেখ্য যে ৰাজ্যত সুস্থৰ হাৰ ৮৯.২২ শতাংশ
Summary of 01/5/2021
Today’s Total 3453
Overall Positivity Percentage (3453 cases out of 54002 test done = 6.39%)
Kamrup(M) 1417
Death 23
Recovery Rate 89.22— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) May 1, 2021