ষ্টাফ ৰিপ‘ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৫৫,৪৮০ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩০৪৫ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১২০৬ জন লোক কামৰূপ মহানগৰৰ। বুধবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৫.৪৯ শতাংশ।আনহাতে,বুধবাৰৰ দিনটোত মৃত্যু হৈছে ২২ জন ব্যক্তিৰ। আনহাতে ৰাজ্যত সুস্থৰ হাৰ ৯০.৭৭ শতাংশ
Summary of 28/4/2021
Today’s Total 3045
Overall Positivity Percentage (3045 cases out of 55480 test done = 5.49%)
Kamrup(M) 1206
Death -22
Recovery rate- 90.77%— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) April 28, 2021