ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৬,৯০৯৪ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২২৩৬গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ইয়াৰে ৮১৫ জন লোক কামৰূপ মহানগৰৰ।আক্ৰান্তৰ গড় হৈছে ৩.২৪ শতাংশ।আনহাতে ক’ৰোণাত আক্ৰান্ত হৈ শনিবাৰৰ দিনটোত মৃত্যুক সাৱটিলে ১৪ গৰাকীকৈ ৰোগীয়ে।












