ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৭৩৪২৮ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১,৯৩১ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ইয়াৰে ৬৮০ জন লোক কামৰূপ মহানগৰৰ।আক্ৰান্তৰ গড় হৈছে ২.৬৩ শতাংশ।
Summary of 22/4/2021
Today’s Total 1931
Overall Positivity Percentage (1931 cases out of 73428 test done = 2.63%)
Kamrup(M) 680
— Himanta Biswa Sarma (@himantabiswa) April 22, 2021
© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx