ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰশংসাত পঞ্চমুখ সৌম্যদ্বীপ দত্ত

News Desk by News Desk
March 16, 2021
Reading Time: 1 min read
A A
0
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰশংসাত পঞ্চমুখ সৌম্যদ্বীপ দত্ত

New Logo Very Smal 1 | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা বিজেপিৰ মুখপাত্ৰৰ ভূমিকাত নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত। মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰশংসাত পঞ্চমুখ পৰিৱেশকর্মী দত্ত।

গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি দত্তই কয়- জয়পুৰ বৰ্ষাৰণ্য ধ্বংস বাবে দায়ী পূৰ্বৰ চৰকাৰ। সোণোৱাল নেতৃত্বাধীন চৰকাৰখন ইয়াৰ বাবে দায়ী নহয়। বৰ্তমানৰ মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰচেষ্টাত বৰ্ষাৰণ্য ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ কৰা হৈছে- দত্তই কয়।

ক’ল ইণ্ডিয়া আৰু অইল ইণ্ডিয়া লিমিটেডক বৰ্ষাৰণ্য খননৰ বাবে পূৰ্ব চৰকাৰে লিজত দিয়া বুলি উল্লেখ কৰে দত্তই। কিন্তু তাপৰ্যপূৰ্ণভাৱে কোনো চৰকাৰৰ নিৰ্দিষ্ট নাম তথা মন্ত্ৰী নাম প্ৰকাশ নকৰিলে।

গুৰুত্বপূৰ্ণ কথা ২০২৩ চনলৈকে লিজৰ ম্যাদ আছে খননৰ বাবে। ইফাল নিৰ্দিষ্ট সময়ৰ ভিতৰত খনন সম্পূৰ্ন নহ’ল লিজৰ সময় স্বতঃফুটভাৱে বৃদ্ধি হ’ব বুলিও তেওঁ লগতে কয়।

Tags: Featured
Share4Tweet3Send

Related Posts

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
ADVERTISEMENT
8th Pay Commission I অষ্টম দৰমহা আয়োগত বৃদ্ধি পাব বৃহৎ পৰিমাণৰ দৰমহা, কি ফৰ্মূলাত দৰমহা বৃদ্ধি ?
National-International

June 3, 2026
50
Rudram-II Missile I শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংসকাৰী ৰুদ্ৰম-২ মিছাইলৰ সফল পৰীক্ষণ

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

June 2, 2026
50
NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ
National-International

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

June 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

8th Pay Commission I অষ্টম দৰমহা আয়োগত বৃদ্ধি পাব বৃহৎ পৰিমাণৰ দৰমহা, কি ফৰ্মূলাত দৰমহা বৃদ্ধি ?

8th Pay Commission I অষ্টম দৰমহা আয়োগত বৃদ্ধি পাব বৃহৎ পৰিমাণৰ দৰমহা, কি ফৰ্মূলাত দৰমহা বৃদ্ধি ?

June 3, 2026
Rudram-II Missile I শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংসকাৰী ৰুদ্ৰম-২ মিছাইলৰ সফল পৰীক্ষণ

Rudram-II Missile I শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংসকাৰী ৰুদ্ৰম-২ মিছাইলৰ সফল পৰীক্ষণ

June 3, 2026
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

June 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT