ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rudram-II Missile I শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংসকাৰী ৰুদ্ৰম-২ মিছাইলৰ সফল পৰীক্ষণ

Staff Reporter by Staff Reporter
June 3, 2026
Reading Time: 1 min read
A A
0
Rudram-II Missile I শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংসকাৰী ৰুদ্ৰম-২ মিছাইলৰ সফল পৰীক্ষণ

Oplus_131072

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই থলুৱাভাৱে নিৰ্মাণ কৰা নতুন ‘আকাশৰ পৰা মাটিলৈ’ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ হৈছে। সংস্থাটোৱে জনোৱা মতে, মঙলবাৰে ওড়িশাৰ চণ্ডীপুৰ উপকূলত ভাৰতীয় বায়ুসেনাৰ এখন বিমানৰ পৰা ছুপাৰছনিক ৰুদ্ৰম-II মিছাইল (Rudram-II) (সামৰিক ভাষাত মেক ৩ নামেৰে জনাজাত) সফল পৰীক্ষণ কৰা হয়।
Rudram-II Missile I
শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংসকাৰী ৰুদ্ৰম-২ মিছাইলৰ সফল পৰীক্ষণ:

ডি আৰ ডি অ’ৰ সূত্ৰ অনুসৰি, ৰুদ্ৰম ছিৰিজৰ এই ক্ষেপণাস্ত্ৰই শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা এৰাই চলি ৰাডাৰ, ট্ৰেকিং আৰু যোগাযোগ ব্যৱস্থা ধ্বংস কৰিবলৈ সক্ষম। ভাৰতীয় বায়ুসেনাৰ সুখয়-৩০ যুদ্ধ বিমানৰ পৰা এই ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিব পাৰিব।

এই ছিৰিজৰ প্ৰথমটো ক্ষেপণাস্ত্ৰ ৰুদ্ৰম-I ২০২০ চনত প্ৰথমবাৰৰ বাবে সুখয় যুদ্ধ বিমানৰ পৰা সফলতাৰে পৰীক্ষা কৰা হৈছিল। আমেৰিকাৰ ‘এজিএম-৮৮ই’ ‘এণ্টি ৰেডিয়চন গাইডেড মিছাইল’ৰ সমতুল্য ৰুদ্ৰমত আছে বিশেষ প্ৰযুক্তি ‘আইএনএছ-জিপিএছ নেভিগেচন’ আৰু ‘হোমিং হেড’।

যিয়ে বিকিৰণ বা বিক্ষিপ্ততাৰ উৎস (তাপ, তেজস্ক্রিয়তা বা ৰশ্মি) সহজেই চিনাক্ত কৰিব পাৰে। ডি আৰ ডি অ’ৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন পৰীক্ষাগাৰ, উচ্চ শক্তি সামগ্ৰী গৱেষণা পৰীক্ষাগাৰ, অস্ত্ৰ গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠান আৰু আই টি আৰৰ দৰে অন্যান্য সহযোগী পৰীক্ষাগাৰেও ৰুদ্ৰম-II ক্ষেপণাস্ত্ৰ প্ৰকল্পত অংশগ্ৰহণ কৰিছে।

ডি আৰ ডি অ’ই কয় যে ‘ডেভেলপমেণ্ট কাম প্ৰডাকচন পাৰ্টনাৰ্ছ’ হিচাপে হিন্দুস্তান এৰ’নটিক্স লিমিটেড (এইচ এ এল), ৰিজিঅ’নেল চেণ্টাৰ ফৰ মিলিটাৰী এয়াৰৱৰ্থিনেছ, মিছাইল ছিষ্টেম কুৱেলিটি এশ্বুৰেন্স এজেন্সী আৰু আন বহুতো ঔদ্যোগিক প্ৰতিষ্ঠানে এই লক্ষ্যত উপনীত হোৱাত উল্লেখযোগ্য অৱদান আগবঢ়াইছে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ‘ৰুদ্ৰম-II’ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষাৰ বাবে বিজ্ঞানীসকলক অভিনন্দন জনাই ছ’চিয়েল মিডিয়াত লিখিছে, “এই পৰীক্ষাসমূহে থলুৱা প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ৰমবৰ্ধমান উৎকৰ্ষতা প্ৰদৰ্শন কৰিছে, যিটোৱে উন্নত অস্ত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা লাভৰ দিশত যথেষ্ট অৰিহণা যোগাব।”

Tags: ধ্বংসকাৰী ৰুদ্ৰম-২ মিছাইলৰ সফল পৰীক্ষণশত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা
Share4Tweet3Send

Related Posts

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

by News Desk
July 23, 2026
50
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি
National-International

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

by News Desk
July 23, 2026
50
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ
National-International

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

by News Desk
July 23, 2026
50
Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

by Staff Reporter
July 23, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

by News Desk
July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

by News Desk
July 22, 2026
50
ADVERTISEMENT
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
50
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি
National-International

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
50
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ
National-International

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026
50
Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ
National-International

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

July 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT