ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অসমত নির্বাচনী প্ৰচাৰ চলাবলৈ নাহে অৰবিন্দ কেজৰীৱাল : আপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে

News Desk by News Desk
March 3, 2021
Reading Time: 1 min read
A A
0
অসমত নির্বাচনী প্ৰচাৰ চলাবলৈ নাহে অৰবিন্দ কেজৰীৱাল : আপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে

New Logo Very Smal 1 | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

অসম বিধানসভা নির্বাচনত প্ৰাৰ্থী থিয় নকৰাই আম আদমী পাৰ্টিয়ে। ৫০টাকৈ সমষ্টিত দলৰ সাংগঠনিক ভেঁটি শক্তিশালী হৈ থকা পিছতো একমাত্ৰ কা’ সমৰ্থনকাৰী চৰকাৰ গঠনত যাতে সহায়ক নহয় তাৰ বাবে অসমত নিৰ্বাচন নেখেলা সিদ্ধান্ত লৈছে দলটোৱে। এই কথা সংবাদমেলত ঘোষণা আপ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে।

ইফালে, অসমত কোনো দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল নাহে বুলিও স্পষ্ট কৰি দিয়ে অসমৰ সমন্বয়কগৰাকীয়ে।

উল্লেখ, নতুন আঞ্চলিক দলৰ সৈতে আলোচনা হৈছিল যদিও সিদ্ধান্তত উপনীত হ’ব পৰা নাই বুলি উল্লেখ কৰে চৌধুৰীয়ে।

মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰবিন্দ কেজৰিৱাল অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ প্ৰসংগত কৰা মন্তব্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আপৰ ৰাজ্যিক সমন্বয়ক গৰাকীয়ে কয়- অসমত কেজৰিৱাল আহিলে হিমন্তই ভৰিৰ তলৰ মাটি হেৰুৱাব লাগিব।
নিৰ্বাচনত কোনো দলক সমৰ্থন নকৰে আপে। কিন্তু স্থিতি হ’ব কা বিৰোধী। লগতে তেওঁ কয়।

তাপৰ্যপূৰ্ণভাৱে চৌধুৰীয়ে কয় নিৰ্বাচন খেলিলেই আমাৰ চৰকাৰ হ’ব আৰু কেন্দ্ৰটো অনাগত দিনত আমি চৰকাৰ কৰিম। তেতিয়া কা বাতিল কৰিম।

Tags: Featured
Share4Tweet3Send

Related Posts

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
ADVERTISEMENT
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

June 3, 2026
50
8th Pay Commission I অষ্টম দৰমহা আয়োগত বৃদ্ধি পাব বৃহৎ পৰিমাণৰ দৰমহা, কি ফৰ্মূলাত দৰমহা বৃদ্ধি ?
National-International

8th Pay Commission I অষ্টম দৰমহা আয়োগত বৃদ্ধি পাব বৃহৎ পৰিমাণৰ দৰমহা, কি ফৰ্মূলাত দৰমহা বৃদ্ধি ?

June 3, 2026
50
Rudram-II Missile I শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংসকাৰী ৰুদ্ৰম-২ মিছাইলৰ সফল পৰীক্ষণ
National-International

Rudram-II Missile I শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংসকাৰী ৰুদ্ৰম-২ মিছাইলৰ সফল পৰীক্ষণ

June 3, 2026
50
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

June 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

June 3, 2026
8th Pay Commission I অষ্টম দৰমহা আয়োগত বৃদ্ধি পাব বৃহৎ পৰিমাণৰ দৰমহা, কি ফৰ্মূলাত দৰমহা বৃদ্ধি ?

8th Pay Commission I অষ্টম দৰমহা আয়োগত বৃদ্ধি পাব বৃহৎ পৰিমাণৰ দৰমহা, কি ফৰ্মূলাত দৰমহা বৃদ্ধি ?

June 3, 2026
Rudram-II Missile I শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংসকাৰী ৰুদ্ৰম-২ মিছাইলৰ সফল পৰীক্ষণ

Rudram-II Missile I শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংসকাৰী ৰুদ্ৰম-২ মিছাইলৰ সফল পৰীক্ষণ

June 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx