ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ঢেকিয়াজুলিত পাঁচ সহস্ৰাধিক লোকৰ উত্তাল প্ৰতিবাদঃ ৮ দিন পিছতো হত্যাকাণ্ডৰ বিচাৰ নোহোৱাত কৰা হয় প্ৰতিবাদ

ASSAM TIMES POST by ASSAM TIMES POST
February 28, 2021
Reading Time: 1 min read
A A
0
ঢেকিয়াজুলিত পাঁচ সহস্ৰাধিক লোকৰ উত্তাল প্ৰতিবাদঃ ৮ দিন পিছতো হত্যাকাণ্ডৰ বিচাৰ নোহোৱাত কৰা হয় প্ৰতিবাদ

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

ষ্টাফ ৰিপ’ৰ্টাৰ:

ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত ঢেকিয়াজুলিত পাঁচ সহস্ৰাধিক লোকৰ উত্তাল প্ৰতিবাদ। বিগত ৮ দিন পূৰ্বে অৰ্থাৎ ২০ ফেব্ৰুৱাৰী তাৰিখে নিশা বালিগাঁৱত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ কোনো সম্ভেদ নোলোৱাত শোণিতপুৰ জিলা প্ৰশাসনৰ ওপৰত নিজ ক্ষোভ ব্যক্ত কৰি আজি প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে, যোৱা ২০ ফেব্ৰুৱাৰী তাৰিখে নিশা শোৱা পাতিতে মাতৃ জিলি ৰাভাক হত্যা কৰাৰ লগতে তেওঁৰ পাঁচ বছৰীয়া কন্যা কৰবী ৰাভাৰ মৃতদেহ ২৪ তাৰিখে উদ্ধাৰ কৰা হৈছিল খেৰেৰে ঢাকি ৰখা অৱস্থাত। কিন্তু এতিয়াও এই ঘটনা ৰহস্যৰ আৱৰ্তত।

বালিগাওঁ অঞ্চলত সংঘটিত হোৱা এনে অমানৱীয় ঘটনাই মানৱ সমাজক লজ্জিত কৰিছে আৰু এই ঘটনাৰ লগত জড়িত লোকক দৃষ্টান্তমূলক শাস্তি দিবৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনলৈ আহ্বান জনাই বলুকা শিপ্লী ৰঞ্জন শইকীয়াই গাভৰু নৈৰ পাৰত নিৰ্মাণ কৰিছে বলুকা শিল্প।

যীচু হাজৰিকা আৰু কুলেশ দাসৰ সহযোগত বলুকা শিপ্ল নিৰ্মাণ কৰি নিজৰ শিল্প কৰ্মৰ দ্বাৰা বলূকা শিল্পীয়ে বিচাৰিলে ন্যায়। ৰাজ্য জোকাৰি যোৱা ঢেকিয়াজুলিৰ চপাই বালিগাওঁৰ অমানৱীয় ঘটনাকলৈ বলূকা শিল্পী ৰঞ্জন শইকীয়াই বালিচৰত বলূকা শিল্প কৰ্মৰ দ্বাৰাই অব্যাহত ৰাখিছে প্ৰতিবাদ৷ ঢেকিয়াজুলিৰ গাভৰু নৈৰ বালিত বলূকা শিল্পী ৰঞ্জন শইকীয়াই নিজৰ শিল্প কৰ্মৰ জৰিয়তে মাতৃ-কন্যাক হত্যা কৰা ঘটনাক নিন্দা কৰি ন্যায় দাবী কৰিছে৷

Tags: Featured2
Share4Tweet3Send

Related Posts

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized
Assam

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

by Staff Reporter
June 9, 2026
50
Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win
Assam

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

by Staff Reporter
June 9, 2026
50
Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে
Assam

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

by News Desk
June 8, 2026
50
Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

by Staff Reporter
June 8, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

by News Desk
June 7, 2026
50
ADVERTISEMENT
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

June 9, 2026
50
‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম
National-International

‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

June 9, 2026
50
Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ
National-International

Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ

June 9, 2026
50
Usuf Pathan : ভূমি দখলৰ গোচৰত তৃণমূলৰ সাংসদ ইউছুফ পাঠানলৈ উচ্চ ন্যায়ালয়ৰ জাননী
National-International

Usuf Pathan : ভূমি দখলৰ গোচৰত তৃণমূলৰ সাংসদ ইউছুফ পাঠানলৈ উচ্চ ন্যায়ালয়ৰ জাননী

June 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

June 9, 2026
‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

June 9, 2026
Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ

Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx