ষ্টাফ ৰিপ’ৰ্টাৰ:
NHM ৰ অধীনৰ প্ৰতিজন কৰ্মচাৰীৰ বাবে সুখবৰ। আজি অনুষ্ঠিত সোণোৱাল চৰকাৰৰ মন্ত্ৰীগোটৰ বৈঠকত এই কৰ্মচাৰী সকলৰ চাকৰি ৬০ বছৰলৈ নিশ্চিত কৰাৰ লগতে চৰকাৰী কৰ্মচাৰীৰ সমানেই NHM ৰ কৰ্মচাৰীয়ে লাভ কৰিব সুবিধা।
ইয়াৰ উপৰিও, আজিৰ এই বৈঠকত বড়ো ভাষাক চৰকাৰী সহযোগী ভাষাৰূপেও স্বীকৃতি দিয়া হয়। লগতে, চৰকাৰী পথ নিৰ্মাণৰ বাবে মাটি অধিগ্ৰহণত নাথাকিব সমস্যা কিয়নো মাটিৰ গৰাকীৰ পৰা বিভাগে পোনপটীয়া ভাৱে ক্ৰয় কৰিব পাৰিব মাটি।












