ষ্টাফ ৰিপ’ৰ্টাৰ:
প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক স্মৰণ কৰি গুৱাহাটী ৰাজীৱ ভৱনত আয়োজন কৰা হৈছে সৰ্বধর্মীয় প্ৰাৰ্থনা।
ৰাজীৱ ভৱনত দলটো জ্যেষ্ঠ নেতা তথা তিনিবাৰ অসমৰ মুখ্যমন্ত্ৰী আসন অধিকৃত কৰা প্ৰয়াত নেতা গৰাকীক সোঁৱৰণ কৰি আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ লগতে উপস্থিত কংগ্ৰেছকর্মীৰ সকল।












