নিউজ ডেক্স:
প্ৰসিদ্ধ মাৰ্কিন বাতৰি কাকত নিউ ইয়ৰ্ক টাইমচে বছৰটোৰ এশখন শ্ৰেষ্ঠ গ্ৰন্থৰ তালিকা তৈয়াৰ কৰিছে ৷ এই তালিকাখন প্ৰস্তুত কৰা গ্ৰন্থ সমালোচক সকলে গদ্য সাহিত্যৰ গ্ৰন্থ সমূহ পৰ্যালোচনা কৰি তালিকাখন প্ৰস্তুত কৰিছে ৷
উল্লেখ যোগ্য যে, এই তালিকাখনত সন্নিৱিষ্ট হৈছে তিনিখন ভাৰতীয় লেখকৰ গ্ৰন্থ ৷ তাৰ ভিতৰত আছে মেঘা মজুমদাৰৰ এ বাৰ্নিং, কেৰালাৰ দীপা অনাপ্পাৰ ডিজিং পেট্ৰ’ল অন দা পাৰ্পল লাইন আৰু সামন্ত সুব্ৰমনিয়ামৰ এ ডমিনেণ্ট কেৰেক্টাৰ : দা ৰেডিকেল চাইণ্স এণ্ড ৰেষ্টলেচ্ পলিটিক্স অফ্ জে বি এছ হলডেন ৷